ETV Bharat / bharat

প্ৰাকৃতিক আশ্চৰ্যৰ মাধ্যমেৰে চিকিৎসা সেৱাৰ বাবে সাজু সুখীভৱ ৱেলনেছ - sukhibhava wellness: pledged to heal, rejuvenate and transform through wonders of nature

প্ৰকৃতিৰ আশ্চৰ্যকৰ শক্তিৰে শৰীৰ, মন আৰু মস্তিস্কৰ কল্যাণৰ বাবে সাজু সুখীভৱ ৱেলনেছ ৷ হায়দৰাবাদৰ ৰাম'জী ফিল্ম চিটিত অৱস্থিত সুখীভৱ ৱেলনেছ প্ৰতিজ্ঞাবদ্ধ হৈছে ড্ৰাগ-বিহীন, পৰম্পৰাগত পদ্ধতিৰে চিকিৎসা সেৱা প্ৰদানৰ বাবে ৷ পৰম্পৰাগত প্ৰাকৃতিক, থেৰাপিউটিক আৰু যোগ ক্ৰীয়াৰ জড়িয়তে শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক সুস্থিৰতা প্ৰদানৰ লক্ষ্য সুখীভৱ ৱেলনেছৰ ৷

প্ৰাকৃতিক আশ্চৰ্যৰ মাধ্যমেৰে চিকিৎসা সেৱাৰ বাবে সাজু সুখীভৱ ৱেলনেছ

author img

By

Published : Sep 30, 2020, 12:32 PM IST

নিউজ ডেস্ক, 30 চেপ্তেম্বৰ: যিকোনো পীড়া নিৰাময়ৰ বাবে প্ৰকৃতিৰ আছে এক বিশেষ ক্ষমতা , আৰু প্ৰকৃতিৰ এই শক্তিকে আপোনাক আৰোগ্য কৰি তোলাৰ উদ্দেশ্যে সুখীভৱ ৱেলনেছত ব্যৱহাৰ কৰা হয় ৷ যাৰ জড়িয়তে ৰূপান্তৰৰ মাজেৰে আপুনি লাভ কৰিব এক নৱজীৱন ৷ এক ড্ৰাগ-বিহীন, পৰম্পৰাগত চিকিৎসা পদ্ধতিৰে আপোনাৰ আভ্যন্তৰীণ শক্তিৰ ভাৰসাম্য বজাই ৰাখি শৰীৰ আৰু মনৰ কল্যাণ সাধনৰ বাবে এতিয়া সাজু হৈছে হায়দৰাবাদৰ ৰাম'জী ফিল্ম চিটিত অৱস্থিত সুখীভৱ ৱেলনেছ ৷

সুখীভৱ ৰ এই বিশেষ পদক্ষেপৰ বিষয়ে আমাক আৰু অধিক তথ্য প্ৰদান কৰি সুখীভৱ ৱেলনেছৰ সঞ্চালক ডাঃ অৰ্চনা মামগিনে কয়, "এই চিকিৎসা পদ্ধতিৰ বিশেষত্ব এইয়ে যে প্ৰাকৃতিক চিকিৎসা মাধ্যমত প্ৰচলিত বিভিন্ন বিকাৰ আৰু শৰীৰৰ প্ৰতি লক্ষ্য ৰাখি এই চিকিৎসা ব্যৱস্থা পৰিকল্পনা কৰা হৈছে ৷

শৰীৰ আৰু মনৰ কল্যাণ সাধনৰ বাবে  সাজু সুখীভৱ

ডাঃ অৰ্চনা মামগিনে কয় যে, চিকিৎসাধীন লোক জনক এক নতুন গতি আৰু শক্তি প্ৰদান কৰাৰ বাবে সুখীভৱ কল্যাণে কেৱল থেৰাপি দিয়াতে সীমাবদ্ধ নাথাকি শৰীৰক বিষমুক্ত কৰাৰ বাবেও চেষ্টা কৰে ৷ ইয়াৰ বাবে প্ৰথমে ব্যক্তি জনৰ শৰীৰ বিস্তাৰিত ভাৱে নিৰীক্ষণ কৰি আৰু বুজি তেওঁৰ চিকিৎসাৰ বাবে এক যথাযথ কাৰ্যক্ৰম পৰিকল্পনা কৰা হয় ৷ সেই পৰিকল্পনাৰ অনুসৰি চিকিৎসাৰ পৰিমাণ, ডায়েট ডিজাইন আৰু বিশেষ যোগ অনুশীলন নিৰ্ধাৰণ কৰি দিয়া হয় ৷ পাচন সমস্যা, চিন্তা, অনিদ্ৰা, সৌন্দৰ্য সমস্যাৰ লগতে শৰীৰ , মন আৰু মস্তিস্কৰ ভাৰসাম্য বজাই ৰখাৰ বাবে অতীজৰে পৰা প্ৰচলিত হৈ অহা প্ৰাকৃতিক আৰু পৰম্পৰাগত চিকিৎসাৰ প্ৰতি ধ্যান ৰাখি সুখীভৱৰ চিকিৎসা পদ্ধতি পৰিকল্পনা কৰা হয় ৷ বেমাৰৰ প্ৰকৃতি আৰু সমস্যাৰ ওপৰত নিৰ্ভৰ কৰি চিকিৎসাৰ সময়সীমা আৰু মাত্ৰা নিৰ্ধাৰণ কৰা হয় ৷ যিহেতু কোৱা হয় যে এজন মানুহৰ খাদ্যাভাস তেওঁৰ মনত প্ৰতিফলিত হয়, সেয়ে চিকিৎসাধীন কালছোৱাত লোক গৰাকীক এক বিশেষ খাদ্যাভাস মানি চলিবলৈ দিয়া হয় ৷ চিকিৎসা কালছোৱাত বিশেষ ডায়েট পালন কৰাটো অতি প্ৰয়োজনীয় ৷

সুখীভৱ ৱেলনেছত শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ বাবে বিশেষ কাৰ্যক্ৰম অনুষ্ঠিত কৰা হয় ৷ আমাৰ বিশেষজ্ঞ সকলে জনাইছে যে সুখীভৱত প্ৰদান কৰা বিভিন্ন থেৰাপি সমূহৰ জড়িয়তে এজন ব্যক্তিয়ে বিভিন্ন ধৰণৰ শাৰীৰিক আৰু মানসিক ব্যাধিৰ ৰক্ষা পৰিব পাৰে ৷ এই থেৰাপি সমূহ হ'ল

1. মানাহতৃপ্তি : দ্য ষ্ট্ৰেচ মেনেজমেন্ট প্ৰগ্ৰাম

ই এক সামগ্ৰিক পদ্ধতি ৷ চিন্তাৰ অৱসান ঘটাই মন , শৰীৰ আৰু মস্তিস্কলৈ প্ৰাকৃতিক চন্দ ঘূৰাই অনাৰ বাবে তৈয়াৰী ই এক প্ৰাকৃতিক, থেৰাপিউটিক আৰু যোগ ক্ৰীয়াৰ ৰ প্ৰামানিক সংমিশ্ৰণ ৷ সকৰাত্মক পৰিৱৰ্তনেৰে চিন্তা কমাই এক সুস্থ জীৱন প্ৰদান কৰাত এই চিকিৎসা পদ্ধতি কেন্দ্ৰীভূত হৈ আছে ৷

2. সুনিদ্ৰা : দ্য স্লিপ এনৰিশমেন্ট প্ৰগ্ৰাম

এই চিকিৎসা পদ্ধতিয়ে আয়ুৰ্বেদিক আৰু প্ৰাকৃতিক থেৰাপি সংমিশ্ৰিত প্ৰতিকাৰৰ পৰা প্ৰেৰণা লাভ কৰিছে ৷ চিন্তা আৰু শাৰীৰিক অসন্তুলনৰ ফলত উদ্ধৱ হোৱা নিদ্ৰাবিহীনতাৰ সমস্যা সমাধানৰ বাবে তৈয়াৰী ই এক থেৰাপিউটিক চিকিৎসা পদ্ধতি ৷ প্ৰাকৃতিক জীৱনশৈলী আৰু পৰামৰ্শ প্ৰদানৰ লগতে অন্য বহু সমস্যাৰ সমাধান এই চিকিৎসা পদ্ধতিত সম্বলিত হৈ আছে ৷

3. সঞ্জীৱনী : দ্য পেইন মেনেজমেন্ট প্ৰগ্ৰাম

শৰীৰক শক্তিশালী, সন্তুলিত আৰু মুকলি অনুভৱ প্ৰদান কৰাৰ বাবে সঞ্জীৱনীয়ে প্ৰাকৃতিক, থেৰাপিউটিক আৰু যোগ ক্ৰিয়াৰ প্ৰামানিক মিশ্ৰণৰ ব্যৱহাৰ কৰে ৷ ডায়েট মেনেজমেন্ট এই চিকিৎসা ব্যৱস্থাৰ মুখ্য অংশ ৷ বিষ কমোৱাৰ লগতে এই চিকিৎসা ব্যৱস্থাই স্নায়ু আৰু ডিস্ক মসৃণ কৰে আৰু ডিঙিৰ কঠোৰতা নাইকিয়া কৰে ৷

4. সমামকাৰথি : দ্য বেচিক ৰিষ্ট'ৰ হাৰমনি প্ৰগ্ৰাম

ই প্ৰাকৃতিক আৰু পৰম্পৰাগত আয়ুৰ্বেদৰ এক মিশ্ৰণ ৷ প্ৰশান্তি আৰু বিশ্ৰামৰ জড়িয়তে শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক সুস্থিৰতা প্ৰদান হৈছে এই ব্য়ৱস্থাৰ মুখ্য উদ্দেশ্য ৷ ই অপবিত্ৰতা দূৰ কৰে ৷ লগতে টোপনিৰ ধৰণ উন্নত কৰে ৷

5. লাৱন্য : বিউটি থেৰাপি

পৰম্পৰাগত , ভেষজ আৰু প্ৰাকৃতিক উপাদান সংমিশ্ৰিত এই থেৰাপিয়ে ছালৰ দাগ দূৰ কৰাৰ লগতে ছাললৈ আৰ্দ্ৰতা আনে যাৰ জৰিয়তে ছাললৈ উজ্বলতাৰ লগতে প্ৰাকৃতিক ৰঙ আহে ৷ ছালক প্ৰাকৃতিক উজ্বলতা প্ৰদান কৰাৰ লগতে এই থেৰাপিয়ে ছাল চাফা আৰু টোনিং কৰে ৷

লাৱণ্য বিউটী থেৰাপিয়ে ছাললৈ ঘূৰাই আনিব প্ৰাকৃতিক উজ্বলতা

6. প্ৰসন্ন : দ্য ইমচনেল বেলেঞ্চ প্ৰগ্ৰাম

প্ৰসন্নই প্ৰাকৃতিক চিকিৎসা, আয়ুৰ্বেদিক থেৰাপি আৰু যোগৰ জড়িয়তে আশা কৰা ফলাফল দিবলৈ চেষ্টা কৰে ৷ শাৰীৰিক স্বাস্থ্য, ব্যক্তিগত কল্যাণ, মানসিক আৰু আধ্যাত্মিক সন্তুলন বজাই ৰখাৰ লগতে মন মগজুক পুনৰুজ্জীৱিতকৰণ কৰাত এই থেৰাপিয়ো সহায় কৰে ৷

7. তনু ভৱতি : দ্য ৱেইট মেনেজমেন্ট প্ৰগ্ৰাম

শৰীৰলৈ প্ৰাকৃতিক ছন্দ ঘূৰাই অনাৰ বাবে সঠিক পুষ্টি, শাৰীৰিক ব্যায়াম ৰ লগতে আয়ুৰ্বেদ আৰু প্ৰাকৃতিক থেৰাপিৰ ওপৰত এই চিকিৎসা পদ্ধতিয়ে মূখ্যত গুৰুত্ব আৰোপ কৰে ৷ এই চিকিৎসা পদ্ধতিত প্ৰয়োগ হোৱা উপাদান সমূহ প্ৰচুৰ ভিটামিনেৰে ভৰপূৰ, যি শক্তি প্ৰদান কৰাৰ ওপৰিও শৰীৰক বিষমুক্ত কৰে ৷ জীৱনধাৰা সংশোধন আৰু ডায়েটেৰি মেনেজমেন্ট এই থেৰাপিৰ এক মুখ্য অংশ ৷ ওজন কমাই , শক্তি বৃদ্ধি কৰি শৰীৰৰ পৰা বিষ আঁতৰোৱাটোৱে এই চিকিৎসাৰ মুখ্য অংশ ৷

8. আনন্দ : দ্য এক্সটাচী প্ৰগ্ৰাম

প্ৰাকৃতিক, থেৰাপিউটিক আৰু যোগ ক্ৰিয়া সংযোজিত আনন্দই শৰীৰ, মন আৰু আত্মালৈ সকৰাত্মক ছন্দ ওভোটাই আনে ৷ এই থেৰাপিয়ে ডিস্ক আৰু স্নায়ু মসৃণ কৰে ৷ মন আৰু শৰীৰ শিথিল কৰাৰ লগতে বিষ আৰু কঠোৰতাৰ পৰাও এই থেৰাপিৰ জড়িয়তে আৰাম পাব পাৰি ৷

9. তেজমায়া : দ্য ৰিজুভিনেশ্যন প্ৰগ্ৰাম

শৰীৰক প্ৰাকৃতিক উজ্বলতা প্ৰদান কৰাৰ বাবে তেজমায়াই প্ৰামানিক প্ৰাকৃতিক আৰু থেৰাপিউটিক পদ্ধতি প্ৰয়োগ কৰে ৷ এই পদ্ধতিয়ে শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক কল্যাণৰ বাবে কাম কৰে ৷ মাংসপেশী আৰু হাড়ৰ যোৰাৰ বিষ নিৰ্মূল কৰাৰ লগতে ছালক শক্তিশালী কৰাত তেজমায়াই কাম কৰে ৷

10. সঞ্জীৱা : ক্লিন্জ এণ্ড ৰিভাইভ ডিটক্সিফিকেশ্বন প্ৰগ্ৰাম

শৰীৰক বিষমুক্ত কৰি শৰীৰ, মন আৰু আত্মালৈ প্ৰাকৃতিক ছন্দ ঘূৰাই অনাৰ বাবে এই বিশেষ পদ্ধতিত সংযোজিত হৈ আছে প্ৰাকৃতিক থেৰাপি, থেৰাপিউটিক আৰু যোগ ক্ৰিয়া ৷ ই শক্তি বৃদ্ধি কৰাৰ লগতে পাচন প্ৰক্ৰিয়া আৰু ওজন নিয়ন্ত্ৰণত সহায় কৰে আৰু প্ৰতিৰোধ ক্ষমতা বঢ়াই তোলে ৷

শৰীৰ , মন আৰু আত্মালৈ প্ৰাকৃতিক ছন্দ ঘূৰাই অনাৰ বাবে বিশেষ পদ্ধতি সুখীভৱৰ

সুখীভৱ ৱেলনেছ ৰাম'জী ফিল্ম চিটিৰ নৈসৰ্গিক প্ৰাকৃতিক পৰিৱেশত অৱস্থিত আৰু আপুনি ইয়াৰ ৱেলনেছ বিশেষজ্ঞ সকলৰ সৈতে সংযুক্ত হৈ বেষ্ট হিলিং পেকেজৰ লাভ উঠাব পাৰে ৷ সুখীভৱৰ সৈতে সংযুক্ত হবলৈ আপুনি তলত দিয়া ঠিকনাত যোগাযোগ কৰিব পাৰে ৷

91211-52997; 91211-70840; 91541-18273; 08415-246699 , info.sukhibhava@ramojifilmcity.com যোগযোগক লৈ আৰু অধিক তথ্য জানিবৰ বাবে আপুনি www.sukhibhava.co.in টো লগ অন কৰিব পাৰিব ৷

লগতে পঢ়ক: গ্ৰীণ ইণ্ডিয়া চেলেঞ্জ : ৰামোজী ফিল্ম চিটীত গছপুলি ৰোপন ছনু চুডৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.