ETV Bharat / bharat

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াৰ শেহতীয়া খবৰ ...

author img

By

Published : Aug 27, 2020, 4:52 PM IST

পিথানি, ৰান্ধনি নিৰজ সিংহ আৰু সহায়ক দীপেশ সাৱন্ত সুশান্ত সিঙৰ আত্মহত্যাৰ সময়ত বান্দ্ৰাৰ মন্ট ব্লাক এপাৰ্টমেন্টত সুশান্তৰ বাসগৃহত উপস্থিত আছিল ৷

SSR death case LIVE: Rhea poisoned Sushant, killed him; arrest her: SSR's father
সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত প্ৰক্ৰিয়াৰ শেহতীয়া খবৰ ...

নিউজ ডেস্ক, 27 আগষ্ট : চিবিআইয়ে বুধবাৰে ষষ্ঠদিনৰ বাবে সুশান্ত সিং ৰাজপুতৰ ফ্লেটমেট সিদ্ধাৰ্থ পিথানিক জেৰা অব্যাহত ৰাখিছে ৷ আৰক্ষী সুত্ৰই সদৰি কৰে এই কথা ৷

সুশান্ত সিঙে মৃত্যুৰ পূৰ্বে কিছুসময়ৰ বাবে এখন ৰিজৰ্টত ৰখিছিল সেই ৰিজৰ্টৰ পৰিচালকক সান্তাক্ৰুজৰ কলিনাৰ ডি আৰ ডি অ‘ গেষ্ট হাউচত দেখা গৈছিল ৷ য‘ত চিবিআইৰ তদন্তকাৰী দলে বাহৰ পাতি আছে ৷

পুৱা দহ বজাৰ আশে-পাশে অতিথিশালাত উপস্থিত হোৱা পিথানিয়ে 12 ঘণ্টাৰো অধিক সময় পাছতহে উক্ত ৰিজৰ্ট ত্যাগ কৰা পৰিলক্ষিত হয় ৷

প্ৰাপ্ত খবৰ অনুসৰি, চিবিআইক দিয়া নিজৰ ভাষ্যত পিথানিয়ে কয় যে, 8 জুন তাৰিখে আঠখন হাৰ্ড ড্ৰাইভৰ তথ্য মচি পেলোৱা হৈছিল যেতিয়া ৰিয়াই সুশান্তৰ ঘৰ ত্যাগ কৰিছিল ৷ যাৰ পাছতেই প্ৰয়াত অভিনেতাজনৰ বাসগৃহত IT বিভাগৰ লোকক মাতি অনা হয় ৷

উল্লেখ্য যে, পিথানি, ৰান্ধনি নিৰজ সিংহ আৰু সহায়ক দীপেশ সাৱন্ত সুশান্ত সিঙৰ আত্মহত্যাৰ সময়ত বান্দ্ৰাৰ মন্ট ব্লাক এপাৰ্টমেন্টত সুশান্তৰ বাসগৃহত উপস্থিত আছিল ৷

লগতে পঢ়ক : পাকিস্তানৰ মিছা দাবীক খণ্ডন ভাৰতৰ, ৰাষ্ট্ৰসংঘলৈ ভাৰতৰ পত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.