ETV Bharat / bharat

শ্ৰীলংকাৰ 1 লক্ষাধিক তামিল লোকক নাগৰিকত্ব দিয়াৰ অনুৰোধ ধৰ্মগুৰু শ্ৰীশ্ৰী ৰবি শংকৰৰ

শ্ৰীলংকাৰ 1 লক্ষাধিক তামিল লোকক নাগৰিকত্ব দিবলৈ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনায় ধৰ্মগুৰু শ্ৰীশ্ৰী ৰবি শংকৰে ৷ সোমবাৰে কেবৰ সম্পৰ্কীয় এক আলোচনাত তেওঁ এই মন্তব্য প্ৰকাশ কৰে ৷

author img

By

Published : Dec 11, 2019, 10:57 AM IST

কেব সম্পৰ্কীয় এক আলোচনাত তেওঁৰ এই মন্তব্য

নেচনেল ডেস্ক, 11 ডিচেম্বৰ: ভাৰতত বাস কৰা শ্ৰীলংকাৰ 1 লক্ষাধিক তামিল লোকক নাগৰিকত্ব দিবলৈ কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনায় ধৰ্মগুৰু শ্ৰীশ্ৰী ৰবি শংকৰে ৷ যোৱা 35 বছৰে ভাৰতত শৰণাৰ্থী হিচাপে থকা লোকসকলৰ সন্দৰ্ভত,এটা টুইটৰ যোগে এই কথা উল্লেখ কৰে ধৰ্মগুৰু গৰাকীয়ে ৷

  • I request the Government of India to consider giving citizenship to more than 1 lakh Tamil Sri Lankans who are living in this country as refugees for the last 35 years.#CABBill

    — Sri Sri Ravi Shankar (@SriSri) December 10, 2019 " class="align-text-top noRightClick twitterSection" data=" ">

এই প্ৰসংগত তেওঁ প্ৰাক্তন ৰাষ্ট্ৰপতি ড৹ এ পি জে আব্দুল কালামকো সাক্ষাৎ কৰিছিল বুলি আন এটা টুইটযোগে জনায় ৷ তেওঁ আনটো টুইটত কৈছে যে, 'শ্ৰীলংকাৰ শৰণাৰ্থী সকলৰ বিষয়ে মই ড৹ এ পি জে আব্দুল কালামক সাক্ষাৎ কৰিছিলো,তেওঁ ৰাষ্ট্ৰপতি হৈ থকাৰ সময়তে ৷ মনমোহন সিং চৰকাৰৰ দিনত ইয়াৰ বাবে তামিলনাডুৰ পৰা 10 কোটি সাক্ষৰো উপস্থাপন কৰা হৈছিল ৷ যি সময়ত শ্ৰীলংকাৰ শৰণাৰ্থী সকলক ইউৰোপ,কানাডাৰ লগতে অন্যান্য দেশ সমূহতো নাগৰিকত্ব প্ৰদান কৰা হৈছে,তেনে সময়ত বৰ্তমানেও সেইসকল লোকে ভাৰতত শৰণাৰ্থী শিবিৰত বাস কৰিবলগীয়া হৈছে ৷ মই ইতিমধ্যে ব্যক্তিগতভাৱে সেই শিবিৰ সমূহত গৈ দেখিছো যে, তেওঁলোকৰ অৱস্থা সঁচাকৈয়ে অতি দুখজনক ৷'

  • I had met Dr Kalam when he was President regarding the citizenship of Sri Lankan Tamil refugees.We also presented 10 million signatures from Tamil Nadu to the Mamohan Singh govt.While Sri Lankan refugees have been given citizenship in Europe,Canada & other countries,
    1/2#CABBill

সোমবাৰে কেব সম্পৰ্কীয় এক আলোচনাত তেওঁ এই মন্তব্য প্ৰকাশ কৰে ৷

লগতে পঢ়ক: ৰাজ্যসভাত গৃহীত হ'বনে কেব ? তীব্ৰ উৎকণ্ঠা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.