ETV Bharat / bharat

কৰ্ণাটকত বিশেষভাৱে সক্ষম ভোটাৰে লাভ কৰিব সুকীয়া ব্যৱস্থা - ইটিভি অসম

ভোটদান প্ৰক্ৰিয়াত এই সকল ভোটাৰৰ সহায়ৰ অৰ্থে সকলো ব্যৱস্থা গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছে ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়া সঞ্জীৱ কুমাৰে ৷

etv bharat
author img

By

Published : Mar 21, 2019, 10:43 AM IST

নিউজ ডেস্ক, 21 মাৰ্চ : বিশেষভাৱে সক্ষম ভোটাৰৰ বাবে কৰ্ণাটকত নতুন ব্যৱস্থা৷ হুইলচেয়াৰ, মেগনিফাইং গ্লাচ আৰু চাইন লেংগুৱেজ যোগে ভোটাৰক সহায় কৰিবলৈ আগবাঢ়িছে কৰ্ণাটক প্ৰশাসন ৷ ৰাজ্যখনৰ বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰত বিশেষভাৱে সক্ষম ভোটাৰক যোগান ধৰা হ'ব 35,000 খনকৈ হুইলচেয়াৰ, দুৰ্বল দৃষ্টিশক্তিৰ ভোটাৰৰ বাবে থাকিব 52,000 খনকৈ মেগনিফাইং গ্লাচৰ ব্যৱস্থা ৷ তাৰোপৰি মুকবধিৰ ভোটাৰৰ সহায়ৰ বাবে মোতায়েন কৰা হৈছে 2213 জনকৈ সাংকেতিক ভাষা বিষয়া৷

কৰ্ণাটকত বিশেষভাৱে সক্ষম ভোটাৰৰ সংখ্যা 4,03,097 জন৷ নিৰ্বাচনী ভোটদান প্ৰক্ৰিয়াত এই সকল ভোটাৰৰ সহায়ৰ সকলো ব্যৱস্থা কৰাবুলি প্ৰকাশ কৰিছে ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়া সঞ্জীৱ কুমাৰে৷

specially abled voters to get special facilities in Karnataka

কৰ্ণাটকত বিশেষভাৱে সক্ষম ভোটাৰে লাভ কৰিব সুকীয়া ব্যৱস্থা

নিউজ ডেস্ক, 21 মাৰ্চ : বিশেষভাৱে সক্ষম ভোটাৰৰ বাবে কৰ্ণাটকত নতুন ব্যৱস্থা৷ হুইলচেয়াৰ, মেগনিফাইং গ্লাচ আৰু চাইন লেংগুৱেজ যোগে ভোটাৰক সহায় কৰিবলৈ আগবাঢ়িছে কৰ্ণাটক প্ৰশাসন৷ ৰাজ্যখনৰ বিভিন্ন ভোটগ্ৰহণ কেন্দ্ৰত বিশেষভাৱে সক্ষম ভোটাৰক যোগান ধৰা হ'ব 35,000 খনকৈ হুইলচেয়াৰ, দুৰ্বল দৃষ্টিশক্তিৰ ভোটাৰৰ বাবে থাকিব  52,000 খনকৈ মেগনিফাইং গ্লাচৰ ব্যৱস্থা৷ তাৰোপৰি মুকবধিৰ ভোটাৰৰ সহায়ৰ বাবে মোতায়েন কৰা হৈছে 2213 জনকৈ সাংকেতিক ভাষা বিষয়া৷

কৰ্ণাটকত বিশেষভাৱে সক্ষম ভোটাৰৰ সংখ্যা 4,03,097 জন৷ নিৰ্বাচনী ভোটদান প্ৰক্ৰিয়াত এই সকল ভোটাৰৰ সহায়ৰ অৰ্থে কোনোধৰণৰ ত্ৰুটি নাৰাখে বুলি প্ৰকাশ কৰিছে ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়া সঞ্জীৱ কুমাৰে৷ 
SanjivKumar.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.