ETV Bharat / bharat

বাবৰি মছজিদ ধংস গোচৰৰ সকলো অভিযুক্তক দোষমুক্ত

author img

By

Published : Sep 30, 2020, 12:50 PM IST

বাবৰি মছজিদ ধংস গোচৰৰ সকলো অভিযুক্তক দোষমুক্ত কৰিলে লক্ষ্ণৌৰ এক বিশেষ আদালতে ৷ 1992 চনৰ 6 ডিচেম্বৰত অযোধ্যাত মছজিদ ধংসৰ সৈতে জড়িত এই গোচৰ ৷

লক্ষ্নৌৰ এক বিশেষ আদালতৰ ৰায়দান
বাবৰি মছজিদ ধংস গোচৰৰ সকলো অভিযুক্তক দোষমুক্ত

নেশ্যনেল ডেস্ক, 30 ছেপ্তেম্বৰ : বুধবাৰে লক্ষ্ণৌৰ এক বিশেষ আদালতে 1992 চনৰ বাবৰি মছজিদ ধংসকাৰ্য গোচৰৰ আটাইকেইজন অভিযুক্তক দোষমুক্ত ঘোষণা কৰে ৷ 1992 চনৰ 6 ডিচেম্বৰত অযোধ্যাত মছজিদ ধংসৰ সৈতে জড়িত এই গোচৰ ৷ তিনি দশক পুৰণা এই গোচৰৰ বাবে 30 ছেপ্তেম্বৰত ৰায়দানৰ দিন হিচাপে ধাৰ্য কৰা হৈছিল ৷

এই ঘটনাৰ 32 জন অভিযুক্ত হৈছে বিজেপি নেতা লালকৃষ্ণ আদৱানী, মনোহৰ যোশী, উমা ভাৰতী, বিনয় কাটিয়াৰ, সাধবী ৰিথামবৰা, নৃত্যু গোপাল দাস, সতীশ প্ৰধান, কল্যাণ সিং , বৃজ ভূষণ চৰণ সিং, চম্পত ৰায় বসন্ত, ৰাম বিলাত বেদান্তী, ধৰ্মদাস, সাক্ষী মহৰাজ, পবন পাণ্ডে, ওম প্ৰকাশ পাণ্ডে, সুধীৰ কক্কৰ, অমৰ নাথ গোয়েল, সন্তোষ দুবে, লল্লু সিং, কমলেশ ত্ৰিপাঠী, বিজয় বাহাদুৰ সিং, আচাৰ্য ধৰ্মেন্দ্ৰ দেৱ, প্ৰকাশ শৰ্মা, ধৰ্মেন্দ্ৰ সিং গুৰ্জৰ, বিনয় কুমাৰ ৰায়, ৰাম জী গুপ্তা, গান্ধী যাদৱ, নবীন শুক্লা, আৰ. শ্ৰীবাস্তৱ ৷

লগতে পঢ়ক : ভাৰতীয় বায়ু সেনাত সংযোজন 300 এডভান্স লাইট হেলিকপ্টাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.