ETV Bharat / bharat

সদনৰ পৰা বহিস্কাৰ দুগৰাকী সাংসদ

author img

By

Published : Nov 25, 2019, 8:10 PM IST

লোকসভাৰ শীতকালীন অধিবেশনৰ মাজতে সোমবাৰে সদনৰ পৰা বহিস্কাৰ হয় দুগৰাকীকৈ সাংসদ ৷ সদনৰ মাৰ্চেলক লৈ উপলুঙা কৰাৰ বাবে বহিস্কৃত হয় কংগ্ৰেছী সাংসদ হিবি ইদেন আৰু টি.এন প্ৰাথাপান ৷

সদনৰ পৰা বহিস্কাৰ দুগৰাকী সাংসদ

নেশ্বনেল ডেস্ক , 25 নৱেম্বৰঃ লোকসভাত আপত্তিজনক পৰিস্থিতি সৃষ্টি কৰাৰ বাবে সোমবাৰে সদনৰ পৰা বহিস্কৃত হয় দুগৰাকীকৈ কংগ্ৰেছী সাংসদ ৷ লোকসভাৰ অধ্যক্ষ ওম বিৰলাই বহিস্কাৰ কৰে কংগ্ৰেছী সাংসদ হিবি ইদেন আৰু টি.এন প্ৰাথাপানক ৷

সংসদৰ প্ৰশ্নকালীন সময়ত 'Stop Murder of Democracy' বুলি লিখা থকা প্লেকাৰ্ডেৰে মাৰ্চেলক লৈ আপত্তিজনক মন্তব্য কৰে সাংসদ দুগৰাকীয়ে যাৰ বাবে এইদৰে বহিস্কৃত হয় দুয়োগৰাকী ৷ দুয়োগৰাকী সাংসদকে ভৱিষ্যতে এনে ধৰণৰ পৰিস্থিতিৰ সৃষ্টি নকৰবিলৈ সাৱধানবাণী প্ৰদান কৰে অধ্যক্ষ ওম বিৰলাই ৷

লগতে পঢ়কঃবিজনীত এশখন বিচনাযুক্ত চিকিৎসালয়ৰ আধাৰশিলা স্থাপন

Intro:Body:

New Delhi, Nov 25 (IANS) Perturbed with the ruckus created in the Lok Sabha on Monday, Speaker Om Birla suspended two Congress MPs for a day after they jostled with Marshals in the House, leading to adjournment of proceedings.

The Speaker also warned that if any lawmaker indulged in such action, he or she would be suspended for the whole session in the future.

Congress MPs -- Hibi Eden and T.N. Prathapan -- were suspended by the Speaker for defying the order of the chair and jostling with the marshals.

Eden and Prathapan -- who were holding a banner with the slogan 'Stop murder of democracy' -- jostled with the marshals in the Lok Sabha after the Speaker asked the latter to take the leaders out of the House as they were disrupting the proceedings during Question Hour.

The House witnessed ruckus after Congress members trooped near the Speaker's podium, raising slogans against the Centre over government formation in Maharashtra, leading to adjournment of the House three times. The Speaker has adjourned the House till 2 p.m. on Tuesday.

The Speaker's suspension order came following the whole incident.

When Congress members led by Adhir Ranjan Chowdhury met the Speaker, they were told that the House must be run with dignity.

"The House runs with dignity. Today's incident has lowered the dignity of the House. If such incidents are repeated in future, members will be suspended for the whole session," sources in the SPeaker's office said.

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.