ETV Bharat / bharat

চ'পৰেত সন্ত্ৰাসবাদীৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Jun 12, 2019, 7:51 AM IST

বাৰামুল্লা জিলাৰ পৰে অঞ্চলত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত হোৱা এক সংঘৰ্ষৰ পাচতে আজি সন্ত্ৰাসবাদীৰ মৃতদেহটো উদ্ধাৰ কৰা হয় ৷

চ'পৰেত সন্ত্ৰাসবাদীৰ মৃতদেহ উদ্ধাৰ

নিউজ ডেস্ক , 12 জুন : বুধবাৰে পুৱা জম্মুৰ কাশ্মীৰৰ বাৰামুল্লা জিলাত নিৰাপত্তাৰক্ষীৰ দলে এটা সন্ত্ৰাসবাদীৰ মৃতদেহ উদ্ধাৰ কৰে ৷ মঙলবাৰে জিলাখনৰ চ'পৰে অঞ্চলত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত হোৱা এক সংঘৰ্ষৰ পাচতে আজি সন্ত্ৰাসবাদীৰ মৃতদেহটো উদ্ধাৰ কৰা হয় ৷

মঙলবাৰে বিয়লি 5.25 মান বজাত সন্ত্ৰাসবাদী আৰু '177-179ৰ ট্ৰোপচ' , 'চিআৰপিএফৰ 92 বেটেলিয়ন' , 'SOG চ'পৰে' , '22 ৰাষ্ট্ৰীয় ৰাইফলচ' ৰ মাজত সংঘৰ্ষ হৈছিল ৷ আৰক্ষীয়ে এক প্ৰেছ বিবৃতিত জনোৱা অনুসৰি , এক বিশেষ সূত্ৰৰ পম খেদি আৰক্ষী আৰু নিৰাপত্তাৰক্ষীৰ দলে উক্ত অঞ্চলটোত এক অভিযান চলাইছিল ৷ তেনে সময়তে অঞ্চলটোত লুকাই থকা সন্ত্ৰাসবাদীয়ে অভিযানকাৰী দলটোৰ ওপৰত গুলী নিক্ষেপ কৰে ৷ আৰু এই গুলীবৰ্ষণে পৰৱৰ্তী সময়ত সংঘৰ্ষৰ ৰূপ লয় ৷ ইপিনে ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে বৃহৎ পৰিমানৰ বিস্ফোৰকৰ লগতে অস্ত্ৰ-সস্ত্ৰও জব্দ কৰে ৷

Sopore encounter:Body of 1 terrorist retrieved by security forces

চপৰেত সন্ত্ৰাসবাদীৰ মৃতদেহ উদ্ধাৰ

বাৰামুল্লা জিলাৰ পৰে অঞ্চলত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত হোৱা এক সংঘৰ্ষৰ পাচতে আজি সন্ত্ৰাসবাদীৰ মৃতদেহটো উদ্ধাৰ কৰা হয় ৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.