ETV Bharat / bharat

শত্ৰুপক্ষৰ ড্ৰ'ন ধংস কৰা প্ৰশিক্ষণ কাশ্মীৰৰ সৈন্যক

নিয়ন্ত্ৰণ ৰেখা আৰু কাশ্মীৰৰ সীমান্ত অঞ্চলত প্ৰতিৰক্ষা বাহিনীৰ ওপৰত গ্ৰেনেড আক্ৰমণৰ চেষ্টা চলাই অহাৰ প্ৰতি লক্ষ্য ৰাখি সেনা বাহিনীক প্ৰদান কৰা হৈছে নতুন প্ৰশিক্ষণ ৷ হেক্সাকপ্টাৰৰ দ্বাৰা সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰাৰ ভাবুকি বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰদান কৰা হৈছে এই নতুন প্ৰশিক্ষণ ৷

Soldiers in Kashmir are being trained to kill drones
শত্ৰুপক্ষৰ ড্ৰ'ন ধংস কৰা প্ৰশিক্ষণ কাশ্মীৰৰ সৈন্যক
author img

By

Published : Oct 14, 2020, 2:14 PM IST

নেশ্যনেল ডেস্ক, 14 অক্টোবৰ : নিয়ন্ত্ৰণ ৰেখা আৰু কাশ্মীৰৰ সীমান্ত অঞ্চলত প্ৰতিৰক্ষা বাহিনীৰ ওপৰত গ্ৰেনেড আক্ৰমণৰ চেষ্টা চলাই অহাৰ প্ৰতি লক্ষ্য ৰাখি সেনা বাহিনীক প্ৰদান কৰা হৈছে নতুন প্ৰশিক্ষণ ৷ হেক্সাকপ্টাৰৰ দ্বাৰা সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰাৰ ভাবুকি বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰদান কৰা হৈছে এই নতুন প্ৰশিক্ষণ ৷ এতিয়া সৈন্য বাহিনীয়ে শত্ৰুপক্ষৰ ড্ৰ'ন ধংস কৰাৰ প্ৰশিক্ষণ লাভ কৰিব ৷

সন্ত্ৰাসবাদ নিৰ্মূল আৰু বিভিন্ন অভিযানৰ বাবে জম্মু-কাশ্মীৰত মোতায়েন কৰা সৈন্য বাহিনীক প্ৰদান কৰা হ'ব এই প্ৰশিক্ষণ ৷ নিয়ন্ত্ৰণ ৰেখাত মোতায়েন হ'বলগা সৈন্যসকলে 14 দিনীয়া আৰু কাশ্মীৰ উপত্যকাত মোতায়েন হ'বলগা সৈন্যই লাভ কৰিব 28 দিনীয়া প্ৰশিক্ষণ ৷

লগতে পঢ়ক : কৃষি আইন: কেন্দ্ৰৰ সৈতে বৈঠকত মিলিত হ'ব 29 কৃষক সংগঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.