ETV Bharat / bharat

16 আগষ্টৰ পৰা পুনৰ আৰম্ভ হ'ব শ্ৰী মাতা বৈষ্ণদেবী যাত্ৰা - কৰ'ণা ভাইৰাছ

পুনৰ 16 আগষ্ঠৰ পৰা আৰম্ভ হ'ব শ্ৰী মাতা বৈষ্ণদেবী যাত্ৰা ৷ মহামাৰী কৰ'ণাৰ বাবে প্ৰায় 5 মাহ পৰ্যন্ত বন্ধ হৈ থকা তীৰ্থযাত্ৰা 16 আগষ্টৰ পৰা আৰম্ভ হ'ব বুলি সদৰি কৰে জম্মু-কাশ্মীৰৰ প্ৰশাসনে ৷

বৈষ্ণদেবী যাত্ৰা
16 আগষ্টৰ পৰা পুনৰ আৰম্ভ হ'ব শ্ৰী মাতা বৈষ্ণদেবী যাত্ৰা
author img

By

Published : Aug 14, 2020, 10:07 AM IST

নিউজ ডেস্ক, 14 আগষ্টঃ আগন্তুক 16 আগষ্টৰ পৰা পুনৰ আৰম্ভ হ'ব শ্ৰী মাতা বৈষ্ণদেবী যাত্ৰা ৷ বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে জম্মু-কাশ্মীৰৰ প্ৰশাসনে ৷ মহামাৰী কৰ'ণা সংকটৰ বাবেই বিগত পাঁচ মাহে বন্ধ হৈ আছিল এই যাত্ৰা ৷ আনহাতে, এই যাত্ৰাৰ বাবে শ্ৰী মাতা বৈষ্ণদেবী শ্ৰাইন বোৰ্ডে আৰম্ভ কৰিছে প্ৰস্তুতি ৷ যাত্ৰাৰ বাবে নিয়মিতভাৱে মন্দিৰ ছেনিটাইজ কৰাৰ লগতে মহামাৰী কৰ'ণাৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে সকলো ব্যৱস্থা তথা নীতি-নিয়ম মানি চলা হ'ব বুলিও উল্লেখ কৰে ৷

  • कुछ लोग भाजपा में फूट की खबरें फैला रहे हैं। उन्हें बता दूं कि भाजपा एक परिवार है, जिसको आगे बढ़ाने के लिए हम सभी एकजुट हैं, संकल्पित हैं।

    राजमाता जी ने मुझे सिखाया था कि जिस पार्टी की मैं कार्यकर्ता हूं उसके लिए राष्ट्र सर्वोपरि है और मैं उन्हीं के कदमों पर आगे बढ़ रही हूं। pic.twitter.com/0xx3mXJC0g

    — Vasundhara Raje (@VasundharaBJP) August 13, 2020 " class="align-text-top noRightClick twitterSection" data=" ">
  • हमारी भाजपा सरकार ने पूर्ण एकजुटता के साथ 10 वर्षों तक राजस्थान की सेवा की तथा प्रदेश को विकास की ऊंचाइयों पर पहुंचाया।

    लेकिन कांग्रेस सरकार ने हमारी योजनाओं का नाम बदलने के अलावा कोई काम नहीं किया, जिसके चलते राज्य में अधिकतर विकास कार्य लंबित पड़े हैं।@BJP4Rajasthan

আনহাতে, প্ৰশাসনে তীৰ্থযাত্ৰীসকলৰ বাবে বিভিন্ন নিৰ্দেশ আগবঢ়ায় বুলি সদৰি কৰে ৷ এই তীৰ্থযাত্ৰাৰ বাবে বহিঃৰাজ্যৰ পৰা প্ৰতিদিনে প্ৰায় 500 তীৰ্থযাত্ৰীক অনুমতি প্ৰদান কৰা হৈছে বুলি সদৰি কৰে ৷ তাৰোপৰি তীৰ্থযাত্ৰাৰ পঞ্জীয়ন কেৱল অনলাইনৰ মাধ্যমেৰেহে কৰা হ'ব বুলি জানিবলৈ দিয়ে ৷

  • आज राजस्थान के माननीय राज्यपाल श्री @KalrajMishra जी से शिष्टाचार मुलाकात कर प्रदेश के विभिन्न विषयों पर चर्चा की।@RajBhavanJaipur pic.twitter.com/lCO9BU9Uya

আৰু পঢ়কঃ বাংলাদেশৰ পৰৱৰ্তী ভাৰতীয় দূত হিচাপে নিযুক্ত বিক্ৰম কুমাৰ দোৰাইস্বামী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.