নতুন দিল্লী,18 এপ্ৰিলঃ
- সংবাদমেলৰ সময়তেই সাংসদগৰাকীলৈ কৰা হয় জোতা নিক্ষেপ
- বিজেপিৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত সংবাদমেলত সংঘটিত হয় এই ঘটনা
- সাংবাদিকৰ কেমেৰাত বন্দী হৈছে এই দৃশ্য
- ইতিমধ্যেই নিৰাপত্তৰক্ষীয়ে আটক কৰিছে জোতা নিক্ষেপ কৰা লোকজনকবিজেপি সাংসদলৈ জোতা নিক্ষেপ অচিনাক্ত লোকৰ