ETV Bharat / bharat

বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰক আদৰণি শিৱ সেনাৰ - ৰাম মন্দিৰ

‘সংকল্প পত্ৰ’ ই সকলো দাবী সাঙুৰি লোৱাৰ লগতে অনুচ্ছেদ 370ক খাৰিজ কৰা আৰু অযোধ্যাত ৰাম মন্দিৰ স্থাপনক আদৰণি শিৱ সেনাৰ

বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰক আদৰণি শিৱ সেনাৰ
author img

By

Published : Apr 10, 2019, 11:15 PM IST

নিউজ ডেস্ক , 10 এপ্ৰিল : ভাৰতীয় জনতা পাৰ্টীয়ে নিৰ্বাচনী ইস্তাহাৰ মুকলি কৰা পাচতে দলটোৰ নিৰ্বাচনী ইস্তাহাৰক আদৰণি দলটোৰ মিত্ৰ দল শিৱ সেনাৰ ৷ বিজেপিৰ এই ইস্তাহাৰ ‘সংকল্প পত্ৰ’ই সকলো দাবী সাঙুৰি লোৱা বুলি মন্তব্য শিৱ সেনাৰ ৷ দলটোৰ নিৰ্বাচনী ইস্তাহাৰত অনুচ্ছেদ 370ক খাৰিজ কৰা আৰু অযোধ্যাত ৰাম মন্দিৰ স্থাপনৰ কথা উল্লেখ কৰাক লৈ মন্তব্য কৰি শিৱ সেনাৰ মুখপাত্ৰ ‘চামনা’য়ে কয় যে, এই ইস্তাহাৰত প্ৰধানমন্ত্ৰী মোডীয়ে দুখীয়া কৃষকসকলক গুৰুত্ব প্ৰদান কৰিছে, যদিও ৰাম মন্দিৰ স্থাপন আৰু অনুচ্ছেদ 370ক খাৰিজ কৰাত বেছি গুৰুত্ব প্ৰদান কৰিছে ৷ অনুচ্ছেদ 370ক খাৰিজ কৰি কেন্দ্ৰীয় চৰকাৰে শ্বহীদ সকলক সন্মান জনাবলৈ উচিত পদক্ষেপ গ্ৰহণ কৰিছে ৷

etv bharat assam
বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰক আদৰণি শিৱ সেনাৰ

যদিহে স্বাধীনতাৰ বাবে সংগ্ৰাম কৰি থকা লোকসকলৰ সপোন পূৰ্ণ কৰিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ আগ্ৰহী তেন্তে প্ৰথমে খাৰিজ কৰিব লাগিব 370 অনুচ্ছেদ ৷ এই অনুচ্ছেদ প্ৰযোজ্য হৈ থকাৰ বাবেই অন্যান্য ৰাজ্যৰ দৰে আইন সমূহ প্ৰযোজ্য কৰিব পৰা হোৱা নাই জম্মু-কাশ্মীৰত ৷

Uddhav_mar15_ux2bd0z_NmoflO2.jpg
SHIV SENA ENDORSES BJP MANIFESTO ON ARTICLE 370, RAM TEMPLE

বিজেপি ৰ নিৰ্বাচনী ইস্তেহাৰক আদৰণি শিৱ সেনাৰ 

নতুন দিল্লী, 10 এপ্ৰীল : ভাৰতীয় জনতা পাৰ্টীয়ে নিৰ্বাচনী ইস্তেহাৰ মুকলি কৰা পিচতে এই ইস্তেহাৰক আদৰণি জনাইছে দলটোৰ মিত্ৰ দল শিৱ সেনায়ে ৷ বুধবাৰে এই ইস্তেহাৰক ‘সংকল্প পত্ৰ’ খনে শিৱ সেনাৰ সকলো দাবি সাঙুৰি লৈছে বুলি জনাই ৷ এই ইস্তেহাৰত অনুচ্ছেদ 370ক খাৰিজ কৰা আৰু অযোধ্যাত ৰাম মন্দিৰ স্থাপনৰ কথা উল্লেখ কৰা হৈছে ৷  
শিৱ সেনাৰ মুখপাত্ৰ ‘চামনা্’য়ে কয় যে ‘যদিও প্ৰধানমন্ত্ৰী গৰাকীয়ে দুখীয়া কৃষক সকলক এই ইস্তেহাৰত গুৰুত্ব প্ৰদান কৰিছে, তেওঁ তাতকৈ বেচি গুৰুত্ব অযোধ্যাত ৰাম মন্দিৰ স্থাপন আৰু অনুচ্ছেদ 370ক খাৰিজ কৰাত বেচি গুৰুত্ব প্ৰদান কৰিছে’৷ অনুচ্ছেদ 370ক খাৰিজ কৰি কেন্দ্ৰীয় চৰকাৰে শ্বহীদ সকলক সন্মান জনাবলৈ উচিত পদক্ষেপ গ্ৰহন কৰিছে ৷ 
‘প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ যদি সচাঁকৈ আগ্ৰহী আৰু স্বাধীনতাৰ বাবে সংগ্ৰাম কৰি থকা লোকসকলৰ সপোন পূৰ্ণ কৰিবলৈ বিচাৰিছে তেনেহলে প্ৰথমে অনুচ্ছেদ 370 খাৰিজ কৰিব লাগিব ৷ এই অনুচ্ছেদ প্ৰযোজ্য হৈ থকাৰ বাবেই অন্যান্য ৰাইজ্যৰ দৰে আইন সমূহ প্ৰযোজ্য কৰিব পৰা হোৱা নাই ৰাইজ্য খনত ৷’
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.