ETV Bharat / bharat

শ্বাহ, ৰাজনাথে ভ্ৰমণ কৰিলে 1,000 বিচনাযুক্ত কোভিড-19 চিকিৎসালয়

author img

By

Published : Jul 5, 2020, 4:06 PM IST

ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপৰ কোভিড-19 চিকিৎসালয়ত উপস্থিত হয় দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী আৰু প্ৰতিৰক্ষা মন্ত্ৰী ক্ৰমে, অমিত শ্বাহ আৰু ৰাজনাথ সিং ৷

শ্বাহ, ৰাজনাথে ভ্ৰমণ কৰিলে 1,000 বিচনাযুক্ত কোভিড-19 চিকিৎসালয়
শ্বাহ, ৰাজনাথে ভ্ৰমণ কৰিলে 1,000 বিচনাযুক্ত কোশ্বাহ, ৰাজনাথে ভ্ৰমণ কৰিলে 1,000 বিচনাযুক্ত কোভিড-19 চিকিৎসালয়ভিড-19 চিকিৎসালয়

নিউজ ডেস্ক, 5 জুলাই : কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে দিল্লীৰ ইন্দিৰাগান্ধী আন্তৰ্জাতিক বিমানবন্দৰৰ সমীপত নিৰ্মাণ কৰা কোভিড-19 চিকিৎসালয় পৰিভ্ৰমণ কৰে ৷ 1,000 বিচনাযুক্ত এইখন চিকিৎসালয়ত 250খন আইচিইউ বিচনা আছে আৰু ইয়াক অভিলেখসংখ্যক সময়ৰ ভিতৰত নিৰ্মাণ কৰি উলিওৱা হৈছে ৷ দেওবাৰে দেশৰ দুয়োগৰাকী শীৰ্ষ নেতাই একেলগে চিকিৎসালয় পৰিদৰ্শন কৰে ৷

  • Sardar Vallabhbhai Patel Covid Hospital becomes operational - A humble contribution of DRDO in the service of Nation. pic.twitter.com/43rjbT3n55

    — DRDO (@DRDO_India) July 5, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ নামত থকা এটুকুৰা ভূমিত এইখন চিকিৎসালয় 11 দিনত নিৰ্মাণ কৰি তুলিছিল ডিআৰডিঅ আৰু টাটা ছনচে ৷ চৰ্দাৰ পেটেলৰ নামত উৎসৰ্গিত কৰা হৈছে এইখন কোভিড-19 চিকিৎসালয় ৷

চিকিৎসালয়খন পৰিদৰ্শন কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে এক টুইট কৰে ৷ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, এইখন চিকিৎসালয় বিশ্ব স্বাস্থ্য সংস্থাই নিৰ্ধাৰণ কৰি দিয়া নিৰ্দিষ্ট নীতি নিয়মৰ ভিতৰত থাকিয়ে সম্পূৰ্ণৰূপে তৈয়াৰ কৰি তোলা হৈছে ৷ প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়, টাটা ছনচ ইণ্ডাষ্ট্ৰীছ আৰু অন্যান্য সংস্থাসমূহৰ সহযোগত ইয়াৰ নিৰ্মাণ কাৰ্য মাত্ৰ 11 দিনত সম্পূৰ্ণ হৈ উঠিছে ৷

  • Visited the 1,000 bed Sardar Patel Covid Hospital, which has 250 ICU beds, along with @rajnathsingh ji. DRDO built it in record time of 12 days with assistance from MHA, MOHFW, Armed Forces and Tata Trust.

    Armed Forces Medical Services team will run it and DRDO will maintain. pic.twitter.com/WGvZRylWpq

    — Amit Shah (@AmitShah) July 5, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

চিকিৎসালয়খন পৰিভ্ৰমণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে এক টুইট কৰে ৷ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে 1,000 বিচনাযুক্ত কোভিড-19 চিকিৎসালয়খন পৰিভ্ৰমণ কৰো ৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি, সশস্ত্ৰ বাহিনীৰ মেডিকেল বিভাগৰ কৰ্মচাৰী আৰু ডিআৰডিঅ তথা দিল্লীবাসীৰ সহযোগিতাত এইখন চিকিৎসালয় সম্পূৰ্ণ হৈ উঠা বুলি টুইট কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ৷

  • PM @narendramodi ji is fully committed to helping the people of Delhi in these challenging times and this Covid hospital, yet again, highlights the resolve.

    I thank DRDO, Tatas and our Armed Forces Medical personnel who have risen to the occasion and helped tackle the emergency. pic.twitter.com/O7TqmK81qG

আজিৰ এই ভ্ৰমণৰ সময়ত কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ডাঃ হৰ্ষবৰ্ধন, দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল, ডিআৰডিঅ'ৰ প্ৰধান জি সতীশ ৰেড্ডী আৰু অন্যান্যসকল উপস্থিত আছিল ৷ সশস্ত্ৰ বাহিনীৰ দ্বাৰা 1,000 বিচনাযুক্ত এইখন চিকিৎসালয়খন সম্পূৰ্ণৰূপে পৰিচালিত হ'ব বুলি এগৰাকী বিষয়াই জানিবলৈ দিয়ে ৷

লগতে পঢ়কঃ হাইড্ৰ'ক্সিক্ল'ৰ'কুইনৰ পৰীক্ষণ সমাপ্ত কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.