ETV Bharat / bharat

এতিয়াৰে পৰা নলা-নৰ্দমা চাফা কৰিব ৰ’ব’ৰ্টে !

author img

By

Published : Jan 29, 2021, 6:22 PM IST

অতি কম সময়তে নলা-নৰ্দমা পৰিষ্কাৰ কৰিব এটা অৰ্ধ-স্বয়ংক্ৰিয় ৰ’ব’ৰ্ট আবিষ্কৃত হৈছে পুনেত ৷ অতি কম সময়তে নলা-নৰ্দমাৰ গভীৰতালৈ গৈ নলা-নৰ্দমা পৰিষ্কাৰ কৰিব পাৰে এই অত্যাধুনিক ৰ’ব’ৰ্টোৱে ৷

Sewer cleaning robot adopted in the city of Mysore
মানুহে নহয়, নলা-নৰ্দমা চাফা কৰিব ৰ’ব’ৰ্টে

নেশ্যনেল ডেস্ক, 29 জানুৱাৰী : দেশৰ অন্যতম পৰিষ্কাৰ চহৰ হিচাপে বিবেচিত মাইচুৰু উন্নতিৰ দিশত আৰু এখোজ আগবাঢ়ি যাবলৈ সক্ষম হৈছে ৷ চহৰখনৰ নলা-নৰ্দমা সমূহ পৰিষ্কাৰ কৰিবলৈ ব্যৱহাৰ কৰা হ’ব এটা অৰ্ধ-স্বয়ংক্ৰিয় ৰ’ব’ৰ্ট ৷ প্ৰাপ্ত তথ্য অনুসৰি এই অৰ্ধ-স্বয়ংক্ৰিয় ৰ’ব’ৰ্টো পোন-প্ৰথমে আবিষ্কৃত হৈছিল পুনেত ৷

এই অৰ্ধ-স্বয়ংক্ৰিয় ৰ’ব’ৰ্টো প্ৰায় 1.5 মিটাৰ ওখ ৷ ইয়াৰ ওজন প্ৰায় 80 কিলোগ্ৰাম আৰু 20 মিটাৰ গভীৰতালৈকে ভ্ৰমণ কৰিব পাৰে এই অত্যাধুনিক অৰ্ধ-স্বয়ংক্ৰিয় ৰ’ব’ৰ্টোৱে ৷ প্ৰায় 3/4 ঘন্টা সময় এটা নৰ্দমা পৰিষ্কাৰ কৰিবলৈ প্ৰয়োজন হোৱা সময়ৰ বিপৰীতে এই অত্যাধুনিক ৰ’ব’ৰ্টোক সময় লাগে মাত্ৰ 20 মিনিট ৷

উল্লেখ্য যে, মহীশূৰ চিটি ক’প’ৰেচনে ইতিমধ্যে ৰবট মেচিনটো ক্ৰয় কৰিছে ৷ ইতিমধ্যে বিশেষজ্ঞসকলে শ্ৰমিক সকলক নলা-নৰ্দমা পৰিষ্কাৰৰ বাবে এই অৰ্ধ-স্বয়ংক্ৰিয় ৰ’ব’ৰ্টো ব্যৱহাৰ কৰিবলৈ প্ৰশিক্ষণ প্ৰদান কৰি আছে ৷

লগতে পঢ়ক : চৰকাৰৰ আঁচনিক জম্মু-কাশ্মীৰবাসীয়ে সমৰ্থন জনাইছে: ৰাষ্ট্ৰপতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.