ETV Bharat / bharat

পশ্চিম বংগৰ ছিৰিয়েল কিলাৰ কামৰুজ্জামানক মৃত্যুদণ্ডৰ ৰায়দান

author img

By

Published : Jul 7, 2020, 12:55 PM IST

পশ্চিম বংগৰ পূৰ্ব বৰ্ধমান জিলাৰ ছিৰিয়েল কিলাৰ কামৰুজ্জামানক ফাঁচীৰ ঘোষণা কলনা আদালতৰ । বিগত ৩ জুলাইত কামৰুজ্জামানক এগৰাকী কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰা বুলি দোষী সাব্য়স্ত হোৱাৰ পাচতে সোমবাৰে ফাঁচীৰ ঘোষণা কৰে কলনা মহকুমা আদালতৰ ন্যায়ধীশ তপন কুমাৰ মণ্ডলে ।

পশ্চিম বংগ
পশ্চিম বংগৰ ছিৰিয়েল কিলাৰ কামৰুজ্জামানক মৃত্যুদণ্ডৰ ঘোষণা

নিউজ ডেস্ক, ৭ জুলাইঃ পশ্চিম বংগৰ পূৰ্ব বৰ্ধমান জিলাৰ কুখ্যাত অপৰাধী তথা ছিৰিয়েল কিলাৰ কামৰুজ্জামানক সোমবাৰে ফাঁচীৰ শাস্তি বিহে কলনা আদালতে । কলনা মহকুমা আদালতৰ ন্যায়াধীশ তপন কুমাৰ মণ্ডলে বিগত ৩ জুলাইত কামৰুজ্জামানক এগৰাকী কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰা ঘটনা সন্দৰ্ভত দোষী সাব্য়স্ত কৰে । তাৰ পাচতে সোমবাৰে ফাঁচীৰ ঘোষণা কৰে কলনা মহকুমা আদালতৰ ন্যায়াধীশে ।

উল্লেখ্য যে, পূৰ্ব বৰ্ধমান জিলাত এজন চেইন কিলাৰ হিচাপেও পৰিচিত কামৰুজ্জামান । অপৰাধী কামৰুজ্জামানে মহিলাসকলক হত্যা কৰিবলৈ চাইকেলৰ চেইন ব্যৱহাৰ কৰিছিল । ইতিমধ্যে কামৰুজ্জামানে মুঠ ৮ গৰাকী মহিলাক চাইকেলৰ চেইন ব্যৱহাৰ কৰি হত্যা কৰে।

লগতে পঢ়ক : নিয়ন্ত্ৰণ ৰেখাত নিশা বায়ু সেনাৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.