শ্ৰীনগৰ,4 জুন: তীৰ্থভূমি অমৰনাথৰ যাত্ৰাৰ বাবে সাজু হৈছে যাত্ৰীসকল ৷ ইতিমধ্যে অমৰনাথ যাত্ৰাৰ বাবে আৰম্ভ হৈছে অনলাইন বুকিং ব্যৱস্থাও৷ এই অমৰনাথ যাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বে ভাৰত-পাকিস্তান সীমান্তৰ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হ'ব৷ এই বিষয়ে জানিবলৈ দিয়ে জম্মু-কাশ্মীৰৰ আৰক্ষী আয়ুক্ত দিলবাগ সিঙে ৷ তেওঁ কয় যে এই সুৰক্ষা ব্যৱস্থা তিনিস্তৰীয় হোৱাতো প্ৰয়োজনীয় ৷
সিঙে কয় যে, স্পৰ্শকাতৰ এলেকাসমূহত নজৰ ৰখাতো জৰুৰী ৷ সীমান্তৱৰ্তী জিলা কাঠুৱা আৰু পুঞ্চ ভ্ৰমণ কৰাৰ পাছত এইদৰে উল্লেখ কৰে আৰক্ষী আয়ুক্তগৰাকীয়ে৷
আৰক্ষীৰ আন বিষয়াই জনোৱা অনুসৰি আৰক্ষী আয়ুক্ত দিলবাগ সিঙে কাঠুৱা জিলাৰ সকলোবোৰ বিষয়া আৰু আন আন সুৰক্ষা এজেঞ্চীসমূহক সীমান্তত সুৰক্ষা ব্যৱস্থা টনকিয়াল কৰিবৰ বাবে যথা সম্ভৱ প্ৰয়াস চলোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে৷
আৰক্ষী আয়ু্ক্ত গৰাকীয়ে উল্লেখ কৰে যে অসামাজিক কাৰ্যকলাপৰ ওপৰত নজৰ ৰাখিবৰ বাবে উচিত স্থানত সুৰক্ষা কেন্দ্ৰ আৰু নিয়ন্ত্ৰণ কেন্দ্ৰ স্থাপন কৰা হ'ব৷ ইয়াৰ উপৰি জোৱান সকলৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ গাওঁ সুৰক্ষা সমিতিৰ সেৱা মজবুত কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে৷
অমৰনাথ যাত্ৰাৰ পূৰ্বে ভাৰত-পাক সীমান্তৰ সুৰক্ষা ব্যৱস্থা হ'ব কটকটীয়াঃ জম্মু-কাশ্মীৰ DGP - ETV BHARAT
অমৰনাথ যাত্ৰাক লক্ষ্য ৰাখি ভাৰত-পাকিস্তান সীমান্তত কটকটীয়া কৰা হ'ব নিৰাপত্তা ব্যৱস্থা৷ আৰু লগতে গাওঁ সুৰক্ষা সমিতিও মজবুত কৰা হ'ব৷ এই বিষয়ে উল্লেখ কৰে জম্মু-কাশ্মীৰৰ DGP দিলবাগ সিঙে৷
শ্ৰীনগৰ,4 জুন: তীৰ্থভূমি অমৰনাথৰ যাত্ৰাৰ বাবে সাজু হৈছে যাত্ৰীসকল ৷ ইতিমধ্যে অমৰনাথ যাত্ৰাৰ বাবে আৰম্ভ হৈছে অনলাইন বুকিং ব্যৱস্থাও৷ এই অমৰনাথ যাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বে ভাৰত-পাকিস্তান সীমান্তৰ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হ'ব৷ এই বিষয়ে জানিবলৈ দিয়ে জম্মু-কাশ্মীৰৰ আৰক্ষী আয়ুক্ত দিলবাগ সিঙে ৷ তেওঁ কয় যে এই সুৰক্ষা ব্যৱস্থা তিনিস্তৰীয় হোৱাতো প্ৰয়োজনীয় ৷
সিঙে কয় যে, স্পৰ্শকাতৰ এলেকাসমূহত নজৰ ৰখাতো জৰুৰী ৷ সীমান্তৱৰ্তী জিলা কাঠুৱা আৰু পুঞ্চ ভ্ৰমণ কৰাৰ পাছত এইদৰে উল্লেখ কৰে আৰক্ষী আয়ুক্তগৰাকীয়ে৷
আৰক্ষীৰ আন বিষয়াই জনোৱা অনুসৰি আৰক্ষী আয়ুক্ত দিলবাগ সিঙে কাঠুৱা জিলাৰ সকলোবোৰ বিষয়া আৰু আন আন সুৰক্ষা এজেঞ্চীসমূহক সীমান্তত সুৰক্ষা ব্যৱস্থা টনকিয়াল কৰিবৰ বাবে যথা সম্ভৱ প্ৰয়াস চলোৱাৰ নিৰ্দেশ প্ৰদান কৰিছে৷
আৰক্ষী আয়ু্ক্ত গৰাকীয়ে উল্লেখ কৰে যে অসামাজিক কাৰ্যকলাপৰ ওপৰত নজৰ ৰাখিবৰ বাবে উচিত স্থানত সুৰক্ষা কেন্দ্ৰ আৰু নিয়ন্ত্ৰণ কেন্দ্ৰ স্থাপন কৰা হ'ব৷ ইয়াৰ উপৰি জোৱান সকলৰ সৈতে হোৱা বাৰ্তালাপত তেওঁ গাওঁ সুৰক্ষা সমিতিৰ সেৱা মজবুত কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে৷
security should be strengthen before Amarnath yatra,says J&K DGP
অমৰনাথ যাত্ৰাৰ পূৰ্বে ভাৰত-পাক সীমান্তৰ সুৰক্ষা ব্যৱস্থা হ'ব কটকটীয়াঃ জম্মু-কাশ্মীৰ DGP
অমৰনাথ যাত্ৰাক লক্ষ্য ৰাখি ভাৰত-পাকিস্তান সীমান্তত কটকটীয়া কৰা হ'ব নিৰাপত্তা ব্যৱস্থা৷ আৰু লগতে গাওঁ সুৰক্ষা সমিতিও মজবুত কৰা হ'ব৷ এই বিষয়ে উল্লেখ কৰে জম্মু-কাশ্মীৰৰ DGP দিলবাগ সিঙে৷
শ্ৰীনগৰ,4 জুন: তীৰ্থভূমি অমৰনাথৰ যাত্ৰাৰ বাবে সাজু হৈ উঠিছে ইচ্চুক যাত্ৰী৷ ইতিমধ্যে অমৰনাথ যাত্ৰাৰ বাবে আৰম্ভ হৈছে অনলাইন বুকিং ব্যৱস্থাও৷ এই অমৰনাথ যাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বে ভাৰত-পাকিস্তান সীমান্তৰ সুৰক্ষা ব্যৱস্থা কটকটীয়া কৰি তোলা হ'ব৷ এই বিষয়ে জানিবলৈ দিয়ে জম্মু-কাশ্মীৰৰ আৰক্ষী আয়ুক্ত দিলবাগ সিঙে৷ তেওঁ কয় যে এই সুৰক্ষা ব্যৱস্থা তিনি স্তৰীয় হোৱাতো প্ৰয়োজনীয়৷
সিঙে কয় যে স্পৰ্শকাতৰ এলেকাসমূহত নজৰ ৰখাতো জৰুৰী৷ সীমান্তৱৰ্তী জিলা কাঠুৱা আৰু পুঞ্চ ভ্ৰমণ কৰাৰ পাছত এইদৰে উল্লেখ কৰে আৰক্ষী আয়ুক্ত গৰাকীয়ে৷