ETV Bharat / bharat

ৰাফেল আৰু সাবৰিমালাৰ ৰায়দানৰ শেহতীয়া খবৰ LIVE UPDATE

author img

By

Published : Nov 14, 2019, 7:56 AM IST

Updated : Nov 14, 2019, 11:11 AM IST

ৰাফেল আৰু সাবৰিমালাৰ ৰায়দান

11:11 November 14

ন্যায়ালয়ে পৰৱৰ্তী সময়ত ৰাহুল গান্ধীক অধিক সচেতন হ'বৰ বাবেও পৰামৰ্শ প্ৰদান কৰে ৷ বিশেষকৈ আদালতত তথ্য দাখিলৰ সময়ত ৰাহুল গান্ধীক সাৱধান হ'বলৈ আহ্বান জনায় ৷

11:08 November 14

'চকীদাৰ চৌৰ হ্যায়', ৰাহুল গান্ধীৰ এই শ্ল'গানৰ বিৰুদ্ধে বিজেপি সাংসদ মীনাক্ষী লেখীয়ে দাখিল কৰা গোচৰ সম্পৰ্কত উচ্চতম ন্যায়ালয়ে আবেদন খাৰিজ কৰে ৷

11:04 November 14

ন্যায়াধীশ এচ কে কৌল-এ পাঠ কৰিলে ৰাফেলৰ ৰায়দান ৷ আদালতে কয় যে, পুনৰীক্ষণ আবেদনত এনে কোনো তথ্য নাছিল যাৰ ভিত্তিত তদন্তৰ বাবে গোচৰ ৰুজু কৰিব পৰা যাব ৷ সেয়ে, এই পুনৰীক্ষণ আবেদন খাৰিজ কৰা হয় ৷

10:59 November 14

বহু বিৰ্তকিত ৰাফেলৰ চুক্তিৰ পুনৰীক্ষণৰ আবেদন খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে

10:58 November 14

ৰাফেল বিবাদৰ চূড়ান্ত ৰায়দান দিয়াৰ দিশে উচ্চতম ন্যায়ালয় ৷

10:53 November 14

ন্যায়াধীশ ৰহিনণ্টন ফালি নাৰিমন, ডি.ৱাই চন্দ্ৰচৌধে সাবৰিমালাৰ বিশ্বাস আৰু চলি অহা ৰীতি-নীতি বৰ্তাই ৰখাৰ পোষকতা কৰে ৷

10:48 November 14

''মহিলাৰ মন্দিৰৰ প্ৰৱেশৰ বিষয়টো অতি গম্ভীৰ আৰু এই বিষয়টো মাথো মহিলাৰ মন্দিৰৰ প্ৰৱেশতে সীমাৱদ্ধ নহয়, মহিলাৰ মছজিদত প্ৰৱেশৰ লগতো জড়িত'', মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ

10:43 November 14

সাবৰিমালাৰ বিবাদ মীমাংসা কৰিবলৈ 7জনীয়া বিচাৰপীঠ গঠনৰ সিদ্ধান্ত ৷ সহমতত উপনীত নহ'ল ন্যায়াধীশসকল ৷

10:38 November 14

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে পঢ়িবলৈ আৰম্ভ কৰিছে সাবৰিমালাৰ ৰায়দান

10:35 November 14

সাবৰিমালাৰ চূড়ান্ত ৰায়দানত স্বাক্ষৰ কৰিলে মুখ্য ন্যায়াধীশে ৷

10:17 November 14

ৰাফেলৰ ৰায়দানৰ বাবে গঠন হোৱা বিচাৰপীঠত আছে- মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ সঞ্জয় কৃষাণ কৌল আৰু কে এম জচেফৰ ৷ একেদৰে সাবৰিমালাৰ ৰায়দান প্ৰদান কৰিব মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ সমন্বিতে ন্যায়াধীশ ৰহিনণ্টন ফালি নাৰিমন, এ.এম খানৱিলকাৰ, ডি.ৱাই চন্দ্ৰচৌধ আৰু ইন্দু মালহোত্ৰাৰ পাঁচজনীয়া বিচাৰপীঠে ৷ পুৱা 10.30 মিনিটত গোচৰৰ ৰায়দান প্ৰদান কৰা হ'ব ৷

10:13 November 14

আৰু মাত্ৰ কেইটামান মূহূৰ্তৰ পাচতেই উচ্চতম ন্যায়ালয়ে বহু চৰ্চিত সাবৰিমালা আৰু ৰাফেল কেলেংকাৰীৰ চূড়ান্ত ৰায়দান প্ৰদান কৰিব ৷

09:51 November 14

''যদি ৰায়দান গ্ৰহণযোগ্য নহয় তেন্তে শান্তিপূৰ্ণ প্ৰতিবাদ গঢ়ি তোলা হ'ব'' ৰাহুল এচৱেৰ, সাবৰিমালা মন্দিৰৰ সমগ্ৰ আন্দোলনৰ অন্যতম এজন আন্দোলনকাৰী ৷

07:46 November 14

36খন ৰাফেল বিমান ক্ৰয় কৰাৰ ক্ষেত্ৰত অনিয়মৰ অভিযোগ আৰু কেৰালাৰ সাবৰিমালা মন্দিৰত মহিলাৰ প্ৰৱেশক লৈ চলা বিৰ্তকৰ ৰায়দান কৰিব ন্যায়ালয়ে ৷

ৰাফেল আৰু সাবৰিমালাৰ ৰায়দান
মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ

আজি দেশৰ বাবে এটা গুৰুত্বপূৰ্ণ দিন ৷ উচ্চতম ন্যায়ালয়ে দেশৰ দুটাকৈ বিবাদমান বিষয়ৰ ওপৰত আজি  প্ৰদান কৰিব ৰায়দান৷ ৰাফেল আৰু সাবৰিমালা মন্দিৰত মহিলাৰ প্ৰৱেশক লৈ ৰায় দিব ন্যায়ালয়ে ৷

36খন ৰাফেল বিমান ক্ৰয় কৰাৰ ক্ষেত্ৰত অনিয়মৰ অভিযোগ আৰু কেৰালাৰ সাবৰিমালা মন্দিৰত মহিলাৰ প্ৰৱেশক লৈ চলা বিৰ্তকৰ ৰায় প্ৰদান  কৰিব ন্যায়ালয়ে৷ 

উল্লেখ্য যে, ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে বিগত বৰ্ষৰ চেপ্তেম্বৰ মাহত কেৰালাৰ সাবৰিমালাৰ আয়াপ্পা মন্দিৰত সকলো বয়সৰ মহিলাৰ প্ৰৱেশ মঞ্জুৰ কৰিছিল ৷ কিন্তু কেৰালা চৰকাৰে 10-50 বয়সৰ ভিতৰৰ মহিলাৰ মন্দিৰত প্ৰৱেশৰ ক্ষেত্ৰত নিষেধজ্ঞা আৰোপ কৰিছিল ৷ ইয়াকে লৈ কেৰালাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ ৰাফেলক লৈ উত্থাপন হোৱা মূল অভিযোগটো আছিল যে, ফ্ৰান্সৰ পৰা ৰাফেল ক্ৰয় কৰাৰ পূৰ্বৰ চুক্তি অনুসৰি যি দাম সংসদত ঘোষণা কৰা হৈছিল তাতকৈ প্ৰতিখন বিমানৰ দাম প্ৰায় ১,০০০ কোটি টকা বেছি আদায় দিছে মোডী চৰকাৰে।

Intro:Body:

আজি দেশৰ বাবে গুৰুত্বপূৰ্ণ এটা দিন ৷ উচ্চতম ন্যায়ালয়ে দেশৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আজি  প্ৰদান কৰিব ৰায়দান৷ ৰাফেল আৰু সাবৰিমালা মন্দিৰত মহিলাৰ প্ৰৱেশক লৈ ৰায় দিব ন্যায়ালয়ে ৷

ৰাফেলৰ ৰায়দানৰ বাবে গঠন হোৱা বিচাৰপীঠত আছে- মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ, ন্যায়াধীশ সঞ্জয় কৃষাণ কৌল আৰু কে এম জচেফৰ বিচাৰপীঠে প্ৰদান কৰিব ৰায়দান ৷ সাবৰিমালাৰ ৰায়দানৰ বিচাৰপীঠত আছে  মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ সমন্বিতে ন্যায়াধীশ ৰহিনণ্টন ফালি নাৰিমন, এ.এম খানৱিলকাৰ, ডি.ৱাই চন্দ্ৰচৌধ আৰু ইন্দু মালহোত্ৰা ৷ পুৱা 10.30 মিনিটতত গোচৰৰ ৰায়দান প্ৰদান কৰা হ'ব ৷ 

36খন ৰাফেল বিমান ক্ৰয় কৰাৰ ক্ষেত্ৰত অনিময়ৰ অভিযোগ আৰু কেৰালাৰ সাবৰিমালা মন্দিৰত মহিলাৰ প্ৰৱেশক লৈ চলা বিৰ্তকৰ ৰায় কৰিব ন্যায়ালয়ে৷ 

উল্লেখ্য যে, ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ে বিগত বৰ্ষৰ চেপ্তেম্বৰ মাহত কেৰালাৰ সাবৰিমালাৰ আয়াপ্পা মন্দিৰত সকলো বয়সৰ মহিলাৰ প্ৰৱেশ মঞ্জুৰ কৰিছিল ৷ কিন্তু কেৰালা চৰকাৰে 10-50 বয়সৰ ভিতৰৰ মহিলাৰ মন্দিৰত প্ৰৱেশৰ ক্ষেত্ৰত নিষেধজ্ঞা আৰোপ কৰিছিল ৷ ইয়াকে লৈ কেৰালাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল৷ 

ৰাফেলক লৈ উত্থাপন হোৱা মূল অভিযোগটো আছিল যে, ফ্ৰান্সৰ পৰা ৰাফেল ক্ৰয় কৰাৰ পূৰ্বৰ চুক্তি অনুসৰি যি দাম সংসদত ঘোষণা কৰা হৈছিল তাতকৈ প্ৰতিখন বিমানৰ দাম প্ৰায় ১,০০০ কোটি টকা বেছি আদায় দিছে মোডী চৰকাৰে।

Conclusion:
Last Updated : Nov 14, 2019, 11:11 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.