ETV Bharat / bharat

কোভিড-১৯ৰ স্থিতিক গুৰুত্ব সহকাৰে ল'বলৈ ৰাজ্যসমূহলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ - দিল্লীৰ হাস্পতালত কোভিড-১৯ৰ পৰীক্ষা

মহাৰাষ্ট্ৰ, পশ্চিমবংগ,তামিল নাডু আৰু দিল্লীত কোভিড-১৯ সংক্ৰান্তত ৰোগীসকলে আত্মহত্যা কৰা ঘটনাৰ বিৰুদ্ধে জাননী প্ৰেৰণ কৰি উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অশোক ভুষণৰ বিচাৰপীঠে কয় যে,ৰাজ্য চৰকাৰে কোভিড-১৯ত আক্ৰান্ত ৰোগীসকলৰ উপৰিও অন্য ৰোগীসকলৰো অতি সযতনে চোৱা-চিতা কৰক ।

কোভিড-১৯ৰ স্থিতিক অতি গুৰুত্ব সহকাৰে ল'বলৈ ৰাজ্য চৰকাৰসমূহলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

author img

By

Published : Jun 12, 2020, 8:09 PM IST

নেশ্যনেল ডেস্ক, ১২ জুন: উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ অশোক ভুষণৰ বিচাৰপীঠে মহাৰাষ্ট্ৰ,পশ্চিমবংগ,তামিলনাডু আৰু দিল্লীত কোভিড-১৯ সংক্ৰান্তত ৰোগীসকলে আত্মহত্যা কৰা ঘটনাৰ বিৰুদ্ধে জাননী প্ৰেৰণ কৰে । লগতে দিল্লীস্থিত এলএনজেপি হাস্পতালকো জাননী প্ৰেৰণ কৰে ।

কোভিড-১৯ৰ স্থিতিক অতি গুৰুত্ব সহকাৰে ল'বলৈ ৰাজ্য চৰকাৰসমূহলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ
কোভিড-১৯ৰ স্থিতিক অতি গুৰুত্ব সহকাৰে ল'বলৈ ৰাজ্য চৰকাৰসমূহলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ

দিল্লী চৰকাৰক দোষী সাব্যস্ত কৰি সৰ্বোচ্চ ন্যায়ালয়ে দিল্লী চৰকাৰক কোভিড-১৯ত আক্ৰান্ত ৰোগীসকলৰ উপৰিও অন্য ৰোগীসকলৰো অতি সযতনে চোৱা-চিতা কৰাৰ নিৰ্দেশ দিয়ে । লগতে বিচাৰপীঠে কয় যে,দিল্লীৰ হাস্পতালত কোভিড-১৯ৰ পৰীক্ষাৰ সংখ্যা ৭০০০ৰ পৰা ৫০০০ লৈ হ্ৰাস পাইছে আৰু ২০০০ খনৰো অধিক বিচনা খালী আছে । কিয়নো ৰোগীসকলক চোৱা-চিতা কৰিবলৈ হাস্পতালত কোনো নাই । দিল্লীৰ লগতে মহাৰাষ্ট্ৰ, পশ্চিম বংগ আৰু তামিল নাডুৰো পৰিস্থিতি সংকট বুলি উচ্চতম ন্যায়ালয়ে জানিবলৈ দিয়ে ।

লগতে পঢ়ক: বাঘজানৰ জুই নুমুৱাবলৈ সন্মিলিতভাৱে কাম চলি আছে- চন্দ্ৰমোহন পাটোৱাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.