ETV Bharat / bharat

প্ৰসংগঃ মছজিদত মহিলাৰ প্ৰৱেশ ! কি ৰায় উচ্চতম ন্যায়ালয়ৰ !

author img

By

Published : Jul 8, 2019, 5:41 PM IST

মছজিদৰ ভিতৰত মহিলা প্ৰৱেশৰ অনুমতি বিচাৰি উচ্চতম ন্যায়ালয়ৰ কাষ চাপে হিন্দু মহাসভা

প্ৰসংগঃ মছজিদত মহিলাৰ প্ৰৱেশ! কি ৰায় উচ্চতম ন্যায়ালয়ৰ!

দিল্লী, 8 জুলাইঃ মছজিদৰ ভিতৰত মহিলা প্ৰৱেশৰ অনুমতি বিচাৰি দাখিল কৰা আৱেদন নাকচ উচ্চতম ন্যায়ালয়ৰ ৷ মঙলবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বাধীন এক বিচাৰপীঠে নাকচ কৰে এই আৱেদন ৷

"প্ৰথমে এগাৰকী মুছলমান মহিলা আহিবলৈ দিওক তাৰ পিছত আমি আলোচনা কৰিম ৷ " বুলি উল্লেখ কৰি এই আৱেদন নাকচ কৰে ন্যায়ালয়ে ৷

অখিল ভাৰত হিন্দু মহাসভাৰ কেৰালা ইউনিটৰ সভাপতি স্বামী দেথাথ্ৰেয়া সাই স্বৰূপ নাথে প্ৰৱেশৰ অনুমতি বিচাৰি দাখিল কৰিছিল এই আৱেদন ৷ কেৱল এয়াই নহয়, মুছলমান মহিলাৰ মুখমণ্ডল আৱৰি ৰখাৰ বিৰোধিতা কৰিও কেৰালা উচ্চ ন্যায়ালয়ত এক আৱেদন দাখিল কৰিছিল যদিও আদালতে খাৰিজ কৰে সেই আৱেদন ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.