নিউজ ডেস্ক, 16 মে’: বিজেপি নেতা সৎপাল মহাৰাজে পশ্চিম বংগত অমিত শ্বাহৰ ৰোড শ্ব’ত হোৱা হিংসাত্মক ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰে ৷ এই ঘটনাক দুৰ্ভাগ্যজনক বুলি আখ্যা দি তেওঁ কয় যে পশ্চিম বংগত এতিয়া বাক্ স্বাধীনতা নোহোৱা হৈছে ৷ তেওঁ লগতে কয় যে অমিত শ্বাহৰ ওপৰত আক্ৰমণ আৰু বিজেপিৰ প্ৰতিখন ৰোড শ্ব’ত হিংসাত্মক ঘটনা হোৱাটো এক ৰাজনৈতিক চক্ৰান্ত ৷ সমগ্ৰ দেশত এনে ঘটনা পশ্চিম বংগৰ বাহিৰে বেলেগ কোনো ৰাজ্যত নাই হোৱা বুলি তেওঁ উল্লেখ কৰে তেওঁ ৷
পশ্চিম বংগত নাই বাক্ স্বাধীনতাঃ সৎপাল মহাৰাজৰ - বিজেপি
অমিত শ্বাহৰ ওপৰত আক্ৰমণ আৰু বিজেপিৰ প্ৰতিখন ৰোড শ্ব’ত হিংসাত্মক ঘটনা হোৱাটো এক ৰাজনৈতিক চক্ৰান্ত ৷
পশ্চিম বংগত অমিত শ্বাহৰ ৰোড শ্ব’ত হোৱা হিংসাত্মক ঘটানাক নিন্দা সৎপাল মহাৰাজৰ
নিউজ ডেস্ক, 16 মে’: বিজেপি নেতা সৎপাল মহাৰাজে পশ্চিম বংগত অমিত শ্বাহৰ ৰোড শ্ব’ত হোৱা হিংসাত্মক ঘটনাক তীব্ৰ ভাষাৰে নিন্দা কৰে ৷ এই ঘটনাক দুৰ্ভাগ্যজনক বুলি আখ্যা দি তেওঁ কয় যে পশ্চিম বংগত এতিয়া বাক্ স্বাধীনতা নোহোৱা হৈছে ৷ তেওঁ লগতে কয় যে অমিত শ্বাহৰ ওপৰত আক্ৰমণ আৰু বিজেপিৰ প্ৰতিখন ৰোড শ্ব’ত হিংসাত্মক ঘটনা হোৱাটো এক ৰাজনৈতিক চক্ৰান্ত ৷ সমগ্ৰ দেশত এনে ঘটনা পশ্চিম বংগৰ বাহিৰে বেলেগ কোনো ৰাজ্যত নাই হোৱা বুলি তেওঁ উল্লেখ কৰে তেওঁ ৷
बीजेपी के वरिष्ठ नेता सतपाल महाराज ने पश्चिम बंगाल हिंसा पर चिंता जताई है और कहा है कि बंगाल में जो कुछ भी हो रहा है वह काफी अफसोस जनक है।
पटना में ईटीवी भारत से एक्सक्लूसिव बात करते हुए सतपाल महाराज ने कहा कि चुनाव आयोग ने पश्चिम बंगाल में जरूरी कदम उठाए हैं और उम्मीद है कि जल्द ही वहां हालात सुधरेंगे। उन्होंने कहा कि जिस तरह से रोड शो के दौरान अमित शाह पर हमला हुआ और बीजेपी की सभा को हर बार रद्द करने या प्रभावित करने की कोशिश हो रही है वह काफी अफसोस जनक है। पूरे देश में ऐसी कहीं स्थिति नहीं है जैसी ममता बनर्जी ने पश्चिम बंगाल में बना रखी है।