ETV Bharat / bharat

নুমলীগড় শোধনাগাৰ আৰু নগা চুক্তি সন্দৰ্ভত অমিত শ্বাহৰ সৈতে আলোচনাত বহিল মুখ্যমন্ত্ৰী সোণোৱাল

কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ সৈতে আলোচনাত মিলিত হ'ল অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ আলোচনাত মূল বিষয় হিচাপে গুৰুত্ব লাভ কৰে নুমলীগড় তেল শোধনাগাৰ ব্যক্তিগতকৰণ আৰু নগা চুক্তিক লৈ অসমৰ ৰাইজৰ আশংকা প্ৰকাশৰ বিষয় দুটাই ৷

author img

By

Published : Nov 7, 2019, 6:58 PM IST

সৰ্বানন্দ সোণোৱালৰ ফাইল ফটো

নিউজ ডেস্ক, নৱেম্বৰ 7 : কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহৰ সৈতে আলোচনাত মিলিত হ'ল অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ৷ আলোচনাত মূল বিষয় হিচাপে গুৰুত্ব লাভ কৰে নুমলীগড় তেল শোধনাগাৰ ব্যক্তিগতকৰণ আৰু নগা চুক্তিক লৈ অসমৰ ৰাইজৰ আশংকা প্ৰকাশৰ বিষয় দুটাই ৷

আলোচনাৰ অন্তত মুখ্যমন্ত্ৰীৰ মন্তব্য

মুখ্যমন্ত্ৰী সোণোৱালে জনোৱামতে, অসমৰ ৰাইজে নুমলীগড় শোধনাগাৰ ৰাজহুৱা খণ্ডত থকাটো বিচাৰে ৷ গতিকে এই বিষয়টো কেন্দ্ৰীয় গৃহমন্ত্ৰীক অৱগত কৰা হৈছে ৷ গৃহমন্ত্ৰীগৰাকীয়ে অসমৰ ৰাইজৰ স্বাৰ্থ সুৰক্ষিত কৰি হে নুমলীগড় শোধনাগাৰৰ বিষয়টোত ভৱিষ্যতে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ৷

লগতে পঢ়কঃ অযোধ্যা ৰামমন্দিৰ ভূমি বিবাদ : কেন্দ্ৰৰ হাই এলাৰ্ট জাৰী !

আনহাতে, নগা চুক্তি কাৰ্যকৰী হ'লে অসমৰ ভূমি নাগালেণ্ডৰ অন্তৰ্ভুক্ত হ'ব বুলি অসমৰ ৰাইজে যি আশংকা প্ৰকাশ কৰিছে সেই সন্দৰ্ভতো অসমৰ ৰাইজৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখিহে সিদ্ধান্ত গ্ৰহণ কৰা হ'ব বুলি গৃহমন্ত্ৰী অমিত শ্বাহে আশ্বাস প্ৰদান কৰিছে ৷

Intro:Body:

sarbananda sonowal meets amit shah

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.