ETV Bharat / bharat

দহটা সন্তান জন্ম দিয়াত বাধা আৰোপ কৰকঃ শংকৰাচাৰ্য্য স্বৰূপানন্দ সৰস্বতী

শংকৰাচাৰ্য্য স্বামী স্বৰূপানন্দই দেশৰ সাধু-ভক্তসকলক নিচাবিৰোধী অভিযান চলাবলৈ আহ্বান জনাইছে ৷ ইয়াৰ লগতে হিন্দু-মুছলমান নেওচি সকলোৰে মাজত এক সামাজিক নীতিৰ ভিত্তিত দহটা-দহটা সন্তান জন্ম দিয়াৰ ওপৰতো কঠোৰ আইন বনাব লাগে বুলি মন্তব্য কৰে ধৰ্মগুৰুগৰাকীয়ে ৷

author img

By

Published : Jun 7, 2019, 7:30 AM IST

শংকৰাচাৰ্য্য স্বৰূপানন্দ সৰস্বতী

নিউজ ডেস্ক, 6 জুনঃ দ্বাৰকাৰ শাৰদা পীঠৰ স্বামী স্বৰূপানন্দ সৰস্বতীয়ে দেশত সুৰা বন্ধ কৰিব লাগে বুলি ঘোষণা কৰিছে ৷ সুৰাৰ অবাধ প্ৰচলনৰ বাবেই দেশত দিনক-দিনে বৃদ্ধি পাইছে হত্যা-হিংসা-ধৰ্ষণৰ দৰে ঘটনা ৷ চৰকাৰে শক্তি প্ৰয়োগ কৰি হ'লেও দেশত সুৰাৰ প্ৰচলন বন্ধ কৰিব লাগে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে প্ৰসিদ্ধ ধৰ্মগুৰুগৰাকীয়ে ৷ ইয়াৰ বাবে দেশৰ সকলো সাধু-সন্তকে এক অভিযান গঢ়ি তুলিবলৈ আহ্বান জনাইছে ধৰ্মগুৰুগৰাকীয়ে ৷

শংকৰাচাৰ্য্য স্বৰূপানন্দ সৰস্বতী

ইয়াৰ উপৰি দেশৰ জনসংখ্যা বৃদ্ধি নিয়ন্ত্ৰণ কৰিবলৈয়ো এক পৰামৰ্শ আগবঢ়াইছে ধৰ্মগুৰুগৰাকীয়ে ৷ তেঁওৰ মতে দেশৰ সকলো জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে এক সমান সামাজিক নীতি বনাব লাগে ৷ এই নীতিৰ দ্বাৰা দহটা দহটা সন্তান জন্ম দিয়া কাৰ্যক প্ৰতিৰোধ কৰিবলৈ আহ্বান জনাইছে স্বামী স্বৰূপানন্দই ৷

Intro:एंकर- द्वारका शारदा पीठ के शंकराचार्य स्वामी स्वरूपानंद सरस्वती ने भारत साधु समाज के साधु संतों से आग्रह किया है कि वह देश में नशाखोरी को बंद करने के लिए अभियान चलाएं वहीं उन्होंने कहा कि आज की स्थिति को देखते हुए देश में सभी नागरिकों के लिए एक समान कानून यानी कॉमन सिविल कोड लागू करने की महत्वपूर्ण आवस्यकता है।

Body:VO1- द्वारका शारदा पीठ के शंकराचार्य स्वामी स्वरूपानंद सरस्वती नशाखोरी के खिलाफ एवं देश में समान सिविल कोड लागू करने को लेकर बड़ा बयान देते हुए कहा कि आज जो महिलाओं के साथ रेप की घटनाएं हो रही हैं उसके पीछे कहीं ना कहीं मुख्य कारण जो है वह है नशाखोरी, वहीं समान सिविल कोर्ट को लेकर शंकराचार्य ने कहा कि एक हिंदू को एक पत्नी रखने की इजाजत है और दूसरी विवाह पर रोक लगी हुई है लेकिन वहीं दूसरी तरफ मुसलमानों को चार चार पत्नियां रखने का अधिकार दे दिया गया है जिसका परिणाम यह हो रहा है कि हिंदू और मुसलमान में 10-10 बच्चे पैदा करने की होड़ लग गई है, इस प्रतिस्पर्धा को रोकने के लिए सरकार को समान सिविल कोड लागू करना चाहिए।

Conclusion:बाइट- स्वामी स्वरूपानंद सरस्वती, शंकराचार्य, द्वारका शारदा पीठ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.