ETV Bharat / bharat

লোকসভা নিৰ্বাচনৰ পূৰ্বেই দেশত উঠিছে টকাৰ উজান

অৰুণাচল, অসম, হায়দৰাবাদৰ পিচত এইবাৰ অন্ধ্ৰ প্ৰদেশত জব্দ কোটি টকা ৷ লোকসভা নিৰ্বাচনৰ পূৰ্বেই এইদৰে দেশত কোটি কোটি টকাৰ উজান উঠিছে ৷

সৌজন্যঃ ANI
author img

By

Published : Apr 6, 2019, 10:23 AM IST

নিউজ, 6 এপ্ৰিলঃ দেশত লোকসভা নিৰ্বাচনক লৈ প্ৰস্তুতি অব্যাহত থকা সময়তে বিভিন্ন স্থানত উদ্ধাৰ হৈ আছে কোটি কোটি নগদ ধন ৷ অসম, অৰুণাচল, তেলেংগানাকে ধৰি এইবাৰ অন্ধ্ৰ প্ৰদেশটো উদ্ধাৰ হয় নগদ ধন ৷

অন্ধ্ৰ প্ৰদেশৰ ৰাজাম চহৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় নগদ 1 কোটি টকা ৷ চহৰখনৰ জেন্দেলা বাছ আস্থানৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে নগদ ধনখিনি ৷ শ্ৰীকাকুলাম আৰক্ষী চকীৰ এটি দলে অন্ধ্ৰ প্ৰদেশ ৰাজ্যিক পৰিবহণ নিগমৰ এখন বাছত এটা গৰাকীবিহীন বেগৰ পৰা উদ্ধাৰ কৰে নগদ 1 কোটি টকা ৷ বিশাখাপট্টনমৰ পৰা পালাকোন্দালৈ যাবলগীয়া বাছখনত টকাৰ বেগ উদ্ধাৰ হোৱাৰ পৰৱৰ্তী সময়তে আৰক্ষীয়ে আটাইকেইগৰাকী যাত্ৰীকে আৰক্ষী চকীলৈ লৈ যায় যদিও টকাৰ বেগটো চমজি লোৱাৰ পৰা অমান্তি হয় যাত্ৰীসকল ৷

উল্লেখ্য যে, ইয়াৰ পূৰ্বে অসমৰ তেজপুৰৰ বিভিন্ন স্থানৰ পৰা প্ৰায় 30 লাখ টকা, অৰুণাচলৰ উপ-মুখ্যমন্ত্ৰী চৌনা মিনৰ ব্যক্তিগত বাহনৰ পৰা 1.8 কোটি টকা আৰু হায়দৰাবাদৰ পৰা 9.45 কোটি টকা উদ্ধাৰ হৈছে ৷

Andhra Pradesh: ₹1 Crore in cash seized from bus 

Andhra Pradesh
₹1 Crore Cash
Cash Seized from Bus 
Loksabha Election 2019 
লোকসভা নিৰ্বাচন 2019 
1 কোটি টকা জব্দ 
নগদ ধন জব্দ
অন্ধ্ৰ প্ৰদেশ টকা জব্দ 

লোকসভা নিৰ্বাচনৰ পূৰ্বেই দেশত উঠিছে টকাৰ উজান

অৰুণাচল, অসম, হায়দৰাবাদৰ পিচত এইবাৰ অন্ধ্ৰ প্ৰদেশত জব্দ কোটি টকা ৷ লোকসভা নিৰ্বাচনৰ পূৰ্বেই এইদৰে দেশত কোটি কোটি টকাৰ উজান উঠিছে ৷ 

নিউজ, 6 এপ্ৰিলঃ দেশত লোকসভা নিৰ্বাচনক লৈ প্ৰস্তুতি অব্যাহত থকা সময়তে বিভিন্ন স্থানত উদ্ধাৰ হৈ আছে কোটি কোটি নগদ ধন ৷ অসম, অৰুণাচল, তেলেংগানাকে ধৰি এইবাৰ অন্ধ্ৰ প্ৰদেশটো উদ্ধাৰ হয় নগদ ধন ৷ 

অন্ধ্ৰ প্ৰদেশৰ ৰাজাম চহৰৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয় নগদ 1 কোটি টকা ৷ চহৰখনৰ জেন্দেলা বাছ আস্থানৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিছে নগদ ধনখিনি ৷ শ্ৰীকাকুলাম আৰক্ষী চকীৰ এটি দলে অন্ধ্ৰ প্ৰদেশ ৰাজ্যিক পৰিৱহন নিগমৰ এখন বাছত এটি গৰাকী বিহীন বেগৰ পৰা উদ্ধাৰ কৰে নগদ 1 কোটি টকা ৷ বিশাখাপট্টনমৰ পৰা পালাকোন্দালৈ যাবলগীয়া বাছখনত টকাৰ বেগ উদ্ধাৰ হোৱাৰ পৰৱৰ্তী সময়তে আৰক্ষীয়ে আটাইকেইগৰাকী যাত্ৰীকে আৰক্ষী চকীলৈ লৈ যায় যদিও টকাৰ বেগটো চমজি লোৱাৰ পৰা অমান্তি হয় যাত্ৰীসকল ৷ 

উল্লেখ্য যে, ইয়াৰ পূৰ্বে অসমৰ তেজপুৰৰ বিভিন্ন স্থানৰ পৰা প্ৰায় 30 লাখ টকা, অৰুণাচলৰ উপ-মুখ্যমন্ত্ৰী চৌনা মিনৰ ব্যক্তিগত বাহনৰ পৰা 1.8 কোটি টকা আৰু হায়দৰাবাদৰ পৰা 9.45 কোটি টকা উদ্ধাৰ হৈছে ৷ 
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.