ETV Bharat / bharat

অসমৰ COVID-19 ৰোগীৰ সেৱাৰ্থে ব্যৱহৃত হ'ব ৰবট

author img

By

Published : Jun 20, 2020, 2:08 PM IST

ফৰিডে কয়, "ৰেষ্টুৰেন্টৰ গ্ৰাহকক পানীয় যোগান ধৰিবৰ বাবে আমি 1.5 বছৰ ধৰি ৰবট ব্যৱহাৰ কৰি আহিছো ৷ চিকিৎসা কৰ্মীৰ সেৱাৰ্থে মই তেওঁলোকক নতুন ৰূপ প্ৰদান কৰিছো ৷"

গুৱাহাটীস্থিত এখন ৰেষ্টুৰেন্টৰ গৰাকী এছ. এন. ফৰিড
অসমৰ COVID-19 ৰোগীৰ সেৱাৰ্থে ব্যৱহৃত হ'ব ৰবট

নেশ্যনেল ডেস্ক, 20 জুন : গুৱাহাটীস্থিত এখন ৰেষ্টুৰেন্টৰ গৰাকী এছ. এন. ফৰিডে ৰবটক প্ৰদান কৰিছে এক নতুন ৰূপ ৷ COVID-19 আক্ৰান্ত ৰোগী আৰু চিকিৎসকৰ সৈতে ৰোগীসকলৰ ভাৰ্চুৱেল বাৰ্তালাপৰ বাবে ৰবটক নতুন ৰূপ প্ৰদান কৰা বুলি জানিবলৈ দিয়ে ফৰিডে ৷

যিহেতু COVID-19 ৰোগীক চিকিৎসা প্ৰদান কৰাৰ ক্ষেত্ৰত চিকিৎসক, নাৰ্ছ আৰু অন্যান্য চিকিৎসা কৰ্মীসকল আক্ৰান্ত হোৱাৰ শংকা অধিক হয় সেয়েহে ৰবটৰ ব্যৱহাৰৰ জৰিয়তে এই শংকা নাইকিয়া হ'ব ৷

এজন মানৱৰ দৰে ৰবটটোক নতুন ৰূপ প্ৰদান কৰা হৈছে ৷ উল্লেখ্য যে, কৰ'ণা ভাইৰাছ মহামাৰীৰ ফলত আমেৰিকা, চীন আৰু ইটালীৰ দৰে দেশত চিকিৎসা কৰ্মীৰ সহায়ৰ বাবে ৰবটৰ ব্যৱহাৰ কৰা হৈছে ৷

কেৰালাৰ কান্নৌৰৰ আঞ্চাৰাকান্দিৰ জিলা কৰ'ণা ভাইৰাছ কেন্দ্ৰত ৰোগীক খাদ্য আৰু দৰৱ-পাতি প্ৰদানৰ বাবে ৰবটৰ ব্যৱহাৰ কৰা হৈছে ৷ ৰাজস্থান আৰু তামিলনাডুৰ দৰে ৰাজ্যইও ৰবটৰ ব্যৱহাৰৰ চিন্তা-চৰ্চা কৰি আছে ৷

অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে কয় যে, এটা দিনত ৰাজ্যত 102 গৰাকী লোক কৰ'ণা ভাইৰাছত আক্ৰান্ত হৈছে ৷ ইয়াৰ ফলত ৰাজ্যখনত আক্ৰান্তৰ সংখ্যা 5,006 গৰাকী হোৱাৰ বিপৰীতে মৃত্যুৰ সংখ্যা হৈছে 9 গৰাকী ৷

লগতে পঢ়ক : কেনেকুৱা হ'ব বলয় গ্ৰাস সূৰ্যগ্ৰহণ ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.