ETV Bharat / bharat

প্ৰেমত ব্যৰ্থ হৈ আত্মহত্যা সাংবাদিকৰ !

প্ৰেমৰ নামত আপুনি বাৰু কি কি কৰিব পাৰে ? কিমান ত্যাগ কৰিব পাৰিব প্ৰেমৰ বাবে ? নিজৰ ভালপোৱাৰ নামত সৰ্বস্ব উজাৰি দিব পাৰি নে ? এই ঘটনাই আপোনাকো ভাবিবলৈ বাধ্য কৰাব এনেবোৰ কথা ৷

author img

By

Published : Jun 4, 2020, 5:02 AM IST

Reporter Commited suicide due to Love Failure

নিউজ ডেস্ক, 4 জুন : তেলেংগানাত সংঘটিত হৈছে এটা চাঞ্চল্যকৰ ঘটনা ৷ প্ৰেমত বিফল হৈ সৰ্বনাশী কাণ্ড সংঘটিত কৰিছে এজন যুৱকে ৷ যুৱকজন এটা আগশাৰীৰ চেটেলাইট চেনেলৰ সাংবাদিক ৷ ৰাজান্না চিৰিল্লা জিলাত আত্মহত্যাৰ পথ বাচি লৈছে সাংবাদিকগৰাকীয়ে ৷ আত্মহত্যাৰ কাৰণ জানিলে সকলো আচৰিত হ'ব ৷ প্ৰেমত বিফল হোৱাৰ বাবেই নিজকে কেৰাচিন ঢালি জ্বলাই দিয়ে সাংবাদিকগৰাকীয়ে ৷

Reporter Commited suicide due to Love Failure
প্ৰেমত ব্যৰ্থ হৈ আত্মহত্যা সাংবাদিকৰ !

চহৰখনৰ এটা জেৰক্স চেন্টাৰত এই ঘটনা সংঘটিত কৰে সাংবাদিকগৰাকীয়ে ৷ ইতিমধ্যে আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক : মুম্বাইত তাণ্ডৱ চলায় মধ্যপ্ৰদেশৰ দিশে ঘূৰ্ণী বতাহ নিসৰ্গ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.