ETV Bharat / bharat

গোৰখপুৰ দখলৰ পাচতে যোগী আদিত্যনাথক সাক্ষাৎ ৰবি কিষাণৰ

সমাজবাদী পাৰ্টীৰ নেতা ৰামভোল নিশাদক পৰাস্ত কৰি গোৰখপুৰ সমষ্টিত বিজয় সাব্যস্ত কৰে ভোজপুৰী অভিনেতা ৰবি কিষানৰ

গোৰখপুৰ দখলৰ পাচতে যোগী আদিত্যনাথক সাক্ষাৎ ৰৱি কিশানৰ
author img

By

Published : May 25, 2019, 8:24 AM IST

নিউজ ডেস্ক, 25 মে': গোৰখপুৰ লোকসভা সমষ্টিৰ পৰা বিজয় সাব্যস্ত কৰি উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক সাক্ষাৎ বিজেপি প্ৰাৰ্থী ৰবি কিষাণৰ ৷ 1998 চনৰ পৰা 2017 চনলৈকে যোগী আদিত্যনাথৰ দখলত আছিল উত্তৰপ্ৰদেশৰ গোৰখপুৰ সমষ্টি ৷ 2017 চনৰ বিধানসভা নিৰ্বাচনত যোগী আদিত্যনাথ উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰূপে নিৰ্বাচিত হোৱাৰ পাচতেই উপ নিৰ্বাচনত সমাজবাদী পাৰ্টীৰ দখললৈ গৈছিল গোৰখপুৰ সমষ্টি ৷

সমাজবাদী পাৰ্টীৰ নেতা ৰামভোল নিশাদক পৰাস্ত কৰি সমষ্টিটোত বিজয় সাব্যস্ত কৰে ভোজপুৰী অভিনেতা ৰবি কিষাণে ৷ নিজৰ বিজয়ক সত্যতাৰ বিজয় আখ্যা দিছে কিষাণে ৷

ravi kishan meets yogi adityanath

গোৰখপুৰ দখলৰ পাচতে যোগী আদিত্যনাথক সাক্ষাৎ ৰৱি কিশানৰ

সমাজবাদী পাৰ্টীৰ নেতা ৰামভোল নিশাদক পৰাস্ত কৰি গোৰখপুৰ সমষ্টিত বিজয় সাব্যস্ত কৰে ভোজপুৰী অভিনেতা ৰৱি কিশানে৷

নিউজ ডেস্ক, 25 মে' : গোৰখপুৰ লোকসভা সমষ্টিৰ পৰা বিজয় সাব্যস্ত কৰি উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক সাক্ষাৎ বিজেপি প্ৰাৰ্থী ৰৱি কিশানৰ৷

1998 চনৰ পৰা 2017  চনলৈকে যোগী আদিত্যনাথৰ দখলত আছিল উত্তৰপ্ৰদেশৰ গোৰখপুৰ সমষ্টি৷ 2017 চনৰ বিধানসভা নিৰ্বাচনত যোগী আদিত্যনাথ উত্তৰপ্ৰদেশৰ মুখ্যমন্ত্ৰীৰূপে নিৰ্বাচিত হোৱাৰ পাচতেই উপ নিৰ্বাচনত সমাজবাদী পাৰ্টীৰ দখললৈ গৈছিল গোৰখপুৰ সমষ্টি৷

সমাজবাদী পাৰ্টীৰ নেতা ৰামভোল নিশাদক পৰাস্ত কৰি সমষ্টিটোত বিজয় সাব্যস্ত কৰে ভোজপুৰী অভিনেতা ৰৱি কিশানে৷ নিজৰ বিজয়ক সত্যতাৰ বিজয় আখ্যা দিছে কিশানে৷ 
D7WkqEtV4AAGRge_2cNCPkB.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.