ETV Bharat / bharat

কানপুৰ ঘটনাৰ পিচত যোগী আদিত্যনাথক পদত্যাগৰ দাবী SBSP দলৰ

author img

By

Published : Jul 7, 2020, 6:54 PM IST

উত্তৰ প্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী সুহেলদেব আৰু ভাৰতীয় সমাজ পাৰ্টীৰ চমুকৈ SBSP ৰ অধ্যক্ষ ওম প্ৰকাশ ৰাজভৰে ৰাজ্যখনৰ ৮ গৰাকী আৰক্ষী বিষয়াৰ হত্যাকাণ্ডৰ পিচত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক পদত্যাগ পত্ৰ দাখিল কৰিবলৈ দাবী জনাইছে । ভাইৰেল হোৱা ভিডিঅ'টোত শাসকীয় দলৰ নেতাৰ নাম স্পষ্টকৈ কোৱাৰ পিচতো বৰ্তমান বিজেপি দল কিয় নিশ্চুপ সেই সম্পৰ্কতো প্ৰশ্নৰে থকা-সৰকা কৰে চৰকাৰখনক ।

rajbhar-seeks-yogi-resignation-in-kanpur-firing-case

নিউজ ডেস্ক, ৭ জুলাই : উত্তৰ প্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী সুহেলদেব আৰু ভাৰতীয় সমাজ পাৰ্টী চমুকৈ SBSP ৰ অধ্যক্ষ ওম প্ৰকাশ ৰাজভৰে ৰাজ্যখনৰ ৮ গৰাকী আৰক্ষী বিষয়াৰ হত্যাকাণ্ডৰ পিচত মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক পদত্যাগ পত্ৰ দাখিল কৰিবলৈ দাবী জনাইছে ।

SBSP ৰ অধ্যক্ষ ওম প্ৰকাশ ৰাজভৰে মংগলবাৰে সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি, কানপুৰৰ ঘটনা বাস্তুৱ ক্ষেত্ৰত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰা এক ঘটনা । উক্ত ঘটনা সন্দৰ্ভত চৰকাৰে CBI ক তদন্ত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিব লাগে । কিন্তু নেতা গৰাকীৰ অভিযোগ অনুসৰি, বৰ্তমান চৰকাৰে উক্ত ঘটনা সন্দৰ্ভত অপৰাধীক ৰক্ষণাবেক্ষণ দিয়া পৰিলক্ষিত হৈছে । ইয়াৰ উপৰিও ভাইৰেল হোৱা ভিডি'অটোত শাসকীয় দলৰ নেতাৰ নাম স্পষ্টকৈ কোৱাৰ পিচতো বৰ্তমান বিজেপি দল কিয় মৌন সেই সন্দৰ্ভতো প্ৰশ্নৰে থকাসৰকা কৰে চৰকাৰখনক ।

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.