ETV Bharat / bharat

নিৱনুৱা সমস্যাৰ বাবে কেন্দ্ৰক সমালোচনা ৰাহুল গান্ধীৰ - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰক সমালোচনা

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰক সমালোচনা কৰে ৷ দেশত নিৱনুৱা সমস্যা বৃদ্ধি পোৱাৰ বাবে কেন্দ্ৰক সমালোচনা কৰে গান্ধীয়ে ৷

Rahul Gandhi slams Centre for rising unemployment
নিৱনুৱা সমস্যাৰ বাবে কেন্দ্ৰক সমালোচনা ৰাহুল গান্ধীৰ
author img

By

Published : Dec 30, 2020, 11:39 AM IST

নেশ্যনেল ডেস্ক, 30 ডিচেম্বৰ : কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰক দেশত নিৱনুৱা সমস্যা বৃদ্ধি পোৱাৰ বাবে সমালোচনা কৰে ৷

এক টুইটৰ জৰিয়তে গান্ধীয়ে কয়, "দেশৰ যুৱচামে নিৱনুৱা সমস্যাত ভূগিব লগা হৈছে, সাধাৰণ জনতা মুদ্ৰাস্ফীতিৰে আৰু কৃষকসকলে আক্ৰমণৰ সন্মুখীন হ'বলগা হৈছে 'বন্ধু' মিত্ৰ আইনেৰে, এয়াই মোডী চৰকাৰ ৷"

  • युवा पर बेरोज़गारी की मार,
    जनता पर महंगाई का अत्याचार,
    किसान पर ‘मित्रों’ वाले क़ानूनों का वार,
    यही है मोदी सरकार। pic.twitter.com/WbmI30Ru0B

    — Rahul Gandhi (@RahulGandhi) December 29, 2020 " class="align-text-top noRightClick twitterSection" data=" ">

সোমবাৰে কংগ্ৰেছ নেতাগৰাকীয়ে দাবী কৰে যে, নতুন কৃষি আইন বাতিল কৰিব লাগে আৰু কয় যে, আত্মনিৰ্ভৰশীল কৃষকৰ অবিহনে দেশ আত্মনিৰ্ভৰশীল হ'ব নোৱাৰে ৷

উল্লেখ্য যে, প্ৰাক্তন কংগ্ৰেছ প্ৰধানগৰাকী দেওবাৰে ইটালীলৈ ৰাওনা হৈছে ৷ কংগ্ৰেছ দলৰ প্ৰতিষ্ঠা দিৱসৰ এদিন পূৰ্বে ইটালীলৈ ৰাওনা হোৱা বাবে তেওঁক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিৰোধী বিজেপি দলৰ নেতাই ৷

লগতে পঢ়ক : সীমান্তত শেন চকু দিয়াসকলক কোনোপধ্যে ৰক্ষা কৰা নহ'ব-ৰাজনাথ সিং

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.