ETV Bharat / bharat

শ্ৰীনগৰলৈ বুলি ৰাওনা ৰাহুল গান্ধীৰ লগতে বিৰোধীৰ প্ৰতিনিধি দল

author img

By

Published : Aug 24, 2019, 1:27 PM IST

অনুচ্ছেদ 370 প্ৰত্যাহাৰৰ পিচত বিৰোধীৰ প্ৰতিনিধি দল জম্মু-কাশ্মীৰ ভ্ৰমণৰ সিদ্ধান্ত গ্ৰহণ৷ ৰাহুল গান্ধীৰ নেতৃত্বত বিৰোধীৰ প্ৰতিনিধি দলটোৱে শ্ৰীনগৰলৈ বুলি ৰাওনা হৈছে ৷

শ্ৰীনগৰলৈ বুলি ৰাওনা ৰাহুল গান্ধীৰ লগতে বিৰোধীৰ প্ৰতিনিধি দল

নিউজ ডেস্ক, 24 আগষ্টঃ জম্মু-কাশ্মীৰৰ শেহতীয়া পৰিস্থিতিৰ বুজ লোৱাৰ বাবে শ্ৰীনগৰলৈ ৰাওনা হৈছে বিৰোধীৰ প্ৰতিনিধি দল ৷ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত বিৰোধীৰ প্ৰতিনিধি দলটোৱে দিল্লী বিমানবন্দৰৰ পৰা শ্ৰীনগৰলৈ বুলি ৰাওনা হৈছে ৷

শ্ৰীনগৰলৈ বুলি ৰাওনা ৰাহুল গান্ধীৰ লগতে বিৰোধীৰ প্ৰতিনিধি দল

উল্লেখ্য যে, যোৱাকালি অৰ্থাৎ শুকুৰবাৰে কংগ্ৰেছ দলৰ সভাত বিৰোধীৰ উমৈহতীয়া এটি প্ৰতিনিধি দল জম্মু-কাশ্মীৰলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে কংগ্ৰেছ দলে ৷ সেই অনুসৰি কংগ্ৰেছ, চিপিআইএম, চিপিআই, আৰজেডি, এনচিপি, টিএমচি আৰু ডিএমকে দলৰ জ্যেষ্ঠ নেতাসকলৰ প্ৰতিনিধি দলটোৱে সমগ্ৰ অঞ্চলটোৰ পৰিস্থিতিৰ বুজ ল'বলৈ শ্ৰীনগৰলৈ ৰাওনা হয় ৷

আনহাতে বিৰোধীৰ প্ৰতিনিধি দলৰ জম্মু-কাশ্মীৰ ভ্ৰমণৰ পূৰ্বেই জম্মু-কাশ্মীৰ প্ৰশাসনৰ হৈ তথ্য আৰু জনসংযোগ বিভাগে নিষেধাজ্ঞা জাৰি কৰে ৷ বিভাগটোৱে জাৰি কৰা নিষেধাজ্ঞা অনুসৰি, কোনো ৰাজনৈতিক নেতা জম্মু-কাশ্মীৰত প্ৰৱেশ কৰিব নোৱাৰিব ৷ ইয়াৰ পূৰ্বেও কংগ্ৰেছী নেতা গুলাম নবী আজাদে দুবাৰকৈ জম্মু-কাশ্মীৰত প্ৰৱেশৰ চেষ্টা চলাইছিল যদিও বিমানবন্দৰৰ পৰাই ওভোটাই পঠিওৱা হৈছিল নেতাগৰাকীক ৷ শেহতীয়াকৈ ৰাহুল গান্ধীৰ নেতৃত্বত যোৱা প্ৰতিনিধি দলটোৰ সৈতে জম্মু-কাশ্মীৰ প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব ৷

Intro:নামৰূপ সাৰ কাৰখানাত হিন্দী বলয়ৰ বিষয়া কৰ্মচাৰীৰ উপদ্ৰৱঃ কেন্দ্ৰীয় সাৰ মন্ত্ৰীলৈ সকীয়নি পত্ৰ প্ৰেৰণ নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাৰঃ

খিলঞ্জীয়াক লাঞ্ছনা! খিলঞ্জীয়াকেই অপমান! খিলঞ্জীয়াক পেটে ভাতে মৰাৰ কুটিল ষড়যন্ত্ৰ উত্তৰ পূবৰ একমাত্ৰ সাৰ উদ্যোগ নামৰূপ সাৰ কাৰখানাৰ অনা অসমীয়া বিষয়া কৰ্মচাৰীৰ ।
Body:উল্লেখযোগ্য যে ২০১৮ বৰ্ষতে উদ্যোগটোত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে ৪৪ টা পদত লিখিত পৰীক্ষা অনুষ্ঠিত কৰিছিল যদিও এটাকৈ বছৰ অতিক্ৰম কৰাৰ পিছতো আজি পৰ্যন্ত ঘোষণা নহল লিখিত পৰীক্ষাৰ ফলাফল। আনকি ৰহস্যজনক ভাৱে উদ্যোগটোৰ অনাঅসমীয়া বিষয়া সকলে সময়ে সময়ে ৰাতিটোৰ ভিতৰতে থলুৱা নিৱনুৱাক বঞ্চিত কৰি বহিৰাগত যুৱক যুৱতীক আনি উদ্যোগটোত কৰ্ম সংস্থাপন দি আহিছে আৰু এই সমূহ কথাত অসমীয়া যুৱক যুৱতীৰ হৈ মাত মাতিব গলেই দুৰ্ব্যৱহাৰ সহ্য কৰিব লাগে উদ্যোগটোত কৰ্মৰত অসমীয়া বিষয়া কৰ্মচাৰীয়ে।
আনহাতে সাৰ উদ্যোগটোৰ পৰিচালন সঞ্চালক সঞ্জয় মহেশ্বৰীৰ অৱসৰৰ দিন ইতিমধ্যে ওকলি যোৱাত পৰৱৰ্তী পৰিচালন সঞ্চালৰ পদৰ বাবে অসীম ঘোষ নামৰ এগৰাকী বিষয়াক বাছনি কৰা হৈছিল যদিও ৰহস্যজনক ভাৱে আজিও বিষয়া গৰাকীক পৰিচালন সঞ্চালকৰ পদত নিযুক্তি প্ৰদান নকৰিলে। যাৰ বাবে নামৰূপ আঞ্চলিক ছাত্ৰ সন্থাই উদ্যোগটোৰ ঊৰ্ধতম কৰ্তৃপক্ষৰ লগতে সাৰ মন্ত্ৰী সদানন্দ গৌড়া, কেন্দ্ৰীয় সাৰ মন্ত্ৰালয়ৰ আৰু কেন্দ্ৰীয় শ্ৰম আয়ুক্তক চৰম সকীয়নি পত্ৰ প্ৰেৰণ কৰে।Conclusion: যি সময়ত অসমৰ ৮৫৫ গৰাকী জাতীয় শ্বহীদৰ আত্মবলিদানৰ বিনিময়ত অসমীয়াই কেন্দ্ৰীয় চৰকাৰৰ পৰা অসম চুক্তি আধাৰত সাংবিধানিক ৰক্ষা কৱচৰ প্ৰতিশ্ৰুতি লাভ কৰিছে সেই সময়তে উদ্যোগটোৰ ভিতৰৰ এনে অনা অসমীয়া বিষয়া কৰ্মচাৰীৰ মইমতালিয়ে এতিয়া স্তম্ভিত কৰি তুলিছে নামৰূপ বাসীক।

Byte. আছু কৰ্মী ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.