ETV Bharat / bharat

পুৰীৰ জগন্নাথ মন্দিৰৰ কথাৰে...

author img

By

Published : Jun 18, 2020, 10:55 PM IST

সমগ্ৰ দেশ তথা বিশ্বতে পুৰীৰ জগন্নাথ মন্দিৰৰ আছে এক বিশেষ পৰিচয় ৷ পুৰীৰ জগন্নাথ মন্দিৰত অষ্ট ধাতুৰে নিৰ্মিত "নীল চক্ৰত" পতাকা উৰুৱালে ভক্তই কেৱল পূণ্য লাভ কৰাই নহয়,মানসিক শান্তিও লাভ কৰে ৷ জগন্নাথ পুৰীৰ বিশেষত্ব এয়াই যে,এই স্থানলৈ আহি ভগৱানৰ পতাকা উৰুৱাই,একেলগে খাদ্য গ্ৰহণ কৰি ভক্তসকলে মানসিক শান্তি লাভ কৰে ৷ বতাহৰ বিপৰীতে এই অঞ্চলত ভক্ত সকলে উৰুওৱা পতাকা সমূহ উৰে ৷ বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ ভোজনালয় আছে জগন্নাথত প্ৰায় সকলো ধৰ্মৰ মানুহে একেলগে আহাৰ গ্ৰহণ কৰে সেই স্থানত ৷

puri-jagannath-temple-story
অষ্ট ধাতুৰে নিৰ্মিত "নীল চক্ৰত" পতাকা উৰুৱাই ভক্তই লাভ কৰে মানসিক শান্তি

নিউজ ডেস্ক , 18 জুনঃ সমগ্ৰ দেশ তথা বিশ্বতে পুৰীৰ জগন্নাথ মন্দিৰৰ আছে এক বিশেষ পৰিচয় ৷ পুৰীৰ জগন্নাথ মন্দিৰত অষ্ট ধাতুৰে নিৰ্মিত "নীল চক্ৰত" পতাকা উৰুৱালে ভক্তই কেৱল পূণ্য লাভ কৰাই নহয় ,মানসিক শান্তিও লাভ কৰে ৷ জগন্নাথ পুৰীৰ বিশেষত্ব এয়াই যে , এই স্থানলৈ আহি ভগৱানৰ পতাকা উৰুৱাই , একেলগে খাদ্য গ্ৰহণ কৰি ভক্ত সকলে মানসিক শান্তি লাভ কৰে ৷ বতাহৰ বিপৰীতে এই অঞ্চলত ভক্ত সকলে উৰুওৱা পতাকা সমূহ উৰে ৷ বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ ভোজনালয় আছে জগন্নাথত প্ৰায় সকলো ধৰ্মৰ মানুহে একেলগে আহাৰ গ্ৰহণ কৰে সেই স্থানত ৷

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.