ETV Bharat / bharat

ছাঁয়া যুদ্ধ সহ্য কৰা নহ’ব : বিপিন ৰাৱাট - Centre for Air Power Studies in Delhi on Friday

শুকুৰবাৰে দিল্লীৰ চেন্টাৰ ফৰ এয়াৰ পাৱাৰ ষ্টাডিছত অনুষ্ঠিত হোৱা ‘‘ভাৰতীয় বায়ু সেনাৰ: ন ৱাৰ,ন পিচ্’’ ছেমিনাৰ অনুষ্ঠান সম্বোধন কৰি বিপিন ৰাৱাটে কয়, বালাকটত স্পষ্ট বাৰ্তা আছিল যে, ছাঁয়া যুদ্ধ সহ্য কৰা নহ’ব ৷

Proxy war won't be tolerated: Chief of Defence Staff on Balakot airstrike,ছায়া যুদ্ধ সজ্য কৰা নহ’ব : বিপিন ৰাৱট
ছায়া যুদ্ধ সজ্য কৰা নহ’ব : বিপিন ৰাৱট
author img

By

Published : Feb 28, 2020, 3:42 PM IST

Updated : Feb 28, 2020, 7:43 PM IST

নিউজ ডেস্ক, 28 ফেব্ৰুৱাৰীঃ দিল্লীৰ চেন্টাৰ ফৰ এয়াৰ পাৱাৰ ষ্টাডিজত শুকুৰবাৰে অনুষ্ঠিত হোৱা ‘‘ভাৰতীয় বায়ু সেনাৰ: ন ৱাৰ,ন পিচ্’’ ছেমিনাৰ অনুষ্ঠানত অংশ গ্ৰহণ কৰি সেনাৰ প্ৰমুখ বিপিন ৰাৱাটে কয়, বালাকোটত স্পষ্ট বাৰ্তা আছিল যে, ছাঁয়া যুদ্ধ সহ্য কৰা নহ’ব ৷

ছাঁয়া যুদ্ধ সহ্য কৰা নহ’ব : বিপিন ৰাৱাট

তেওঁ লগতে কয়,যদিহে আমাক দিয়া দায়িত্ব কাৰ্যক্ষম কৰিবলৈ প্ৰস্তুত থাকিবলৈ হ’লে আমি স্থল,বায়ু,সমুদ্ৰত সতৰ্ক তথা প্ৰস্তুত থাকিব লাগিব ৷ যিটো প্ৰত্যেকৰ মাজত আহিব প্ৰশিক্ষণ আৰু অনুপ্ৰেৰণাৰ জৰিয়তে ৷

লগতে তেওঁ কয়,কঠিন নিৰ্ণয় লোৱাৰ সময়ত সৈনিক নেতৃত্বই হওক অথবা ৰাজনৈতিক নেতত্বই হওক প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হয় ৷ কাৰ্গিল,উৰি আৰু পুলৱামা আক্ৰমণৰ পাচত যিটো ব্যাপক ৰূপত পৰিলক্ষিত হৈছিল ৷ এই অনুষ্ঠানত সেনা প্ৰমুখ বিপিন ৰাৱাটৰ লগতে এয়াৰ চীফ মাৰ্চেল আৰ কে এছ ভদুৰিয়াও উপস্থিত থাকে ৷

লগতে চাওক- যুৱতী-মহিলাক নিৰ্যাতনৰ পৰা ৰক্ষা কৰিব এযোৰ কাণফুলিয়ে

Last Updated : Feb 28, 2020, 7:43 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.