ETV Bharat / bharat

চিলিত উপস্থিত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ - চিলি

ভাৰত আৰু চিলিৰ 70 বছৰজোৰা দ্বিপাক্ষিক সম্পৰ্কৰ বৰ্ষপূৰ্তি উদযাপন কৰিবলৈ চিলিত উপস্থিত ভাৰতৰ ৰাষ্ট্ৰপতি গৰাকী ৷

etv bharat
author img

By

Published : Apr 1, 2019, 11:40 AM IST

নিউজ ডেস্ক,1 এপ্ৰিলঃ দ্বিপাক্ষিক সম্পৰ্কৰ 70 টা বৰ্ষ অতিক্ৰম কৰিলে ভাৰত আৰু চিলিয়ে ৷ দুয়োখন দেশৰ 70 বছৰীয়া সম্পৰ্কৰবৰ্ষপূৰ্তি উদযাপন কৰিবলৈ চিলিত উপস্থিত হয় ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ৷

দেওবাৰে চিলিত উপস্থিত হৈয়েই দেশখনত থকা প্ৰবাসী ভাৰতীয়সকলকসাক্ষাৎ কৰে ৰাষ্ট্ৰপতি গৰাকীয়ে ৷ ভাৰত আৰু চিলিৰ মাহত সু-সম্পৰ্ক বাহাল ৰখোৱাত চিলিস্থিত প্ৰবাসী ভাৰতীয়ই যথেষ্ট অৰিহণা যোগাইছে বুলি প্ৰবাসী ভাৰতীয়ক ধন্যবাদ জ্ঞাপন কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ দেশখনত মহাত্মা গান্ধী মেম'ৰিয়েলত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ উপৰিও চিলি বিশ্ববিদ্যালয়তো ভাষণ প্ৰদান কৰিব ৰাষ্ট্ৰপতি কোবিন্দে ৷ এই ভ্ৰমণকালত চিলিৰ ৰাষ্ট্ৰপতি চেবাষ্টিয়েন পিনেৰাক সাক্ষাৎ কৰি দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ উন্নীতকৰণৰ হকেও ব্যৱস্থা গ্ৰহণ কৰিব ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকীয়ে ৷

Santiago (Chile), Apr 1 (ANI): President Ram Nath Kovind addressed Indian Community Reception in Chile today. A cultural programme was organised to celebrate the 70th anniversary of diplomatic relation between India and Chile. Speaking at the event, he said, "I heard some people reciting Gayatri Mantra while the programme was running. You have maintained your roots with India. My salute to you all."
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.