ETV Bharat / bharat

COVID-19ৰ যোদ্ধা সকলক সম্বৰ্ধনা জনালে প্ৰকাশ জাভেড়কাৰে

author img

By

Published : Apr 24, 2020, 7:25 PM IST

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভেড়কাৰে বৃহস্পতিবাৰে সম্বৰ্ধনা জনাই COVID-19ৰ বিৰুদ্ধে সমুখৰ পৰা যুঁজ কৰা যোদ্ধা সকলক । তেওঁ স্বাক্ষৰ কৰা পত্ৰ প্ৰেৰণৰ জৰিয়তে সম্বৰ্ধনা জ্ঞাপন কৰে ।

COVID-19ৰ যোদ্ধা সকলক সম্বৰ্ধনা জনালে প্ৰকাশ জাভেড়কাৰে
COVID-19ৰ যোদ্ধা সকলক সম্বৰ্ধনা জনালে প্ৰকাশ জাভেড়কাৰে

নতুন দিল্লী, 24 এপ্ৰিলঃ ভাৰতবৰ্ষৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভেড়কাৰে বৃহস্পতিবাৰে COVID-19ৰ বিৰুদ্ধে সমুখৰ পৰা যুঁজ কৰা যোদ্ধা সকল, যেনে,ডাক্তৰ,চিকিৎসা কৰ্মী,চেনেটাইজেশ্যনত জৰিত,আৰক্ষী,ইত্যাদি লোকক এখনকৈ পত্ৰ প্ৰেৰণ কৰি সম্বৰ্ধনা জ্ঞাপন কৰে ।

পত্ৰখন মন্ত্ৰী গৰাকীৰ স্বাক্ষৰৰ লগতে মুঠ 40 গৰাকী নাগৰিকে স্বাক্ষৰ কৰিছিল। আনহাতে চিকিৎসাকৰ্মী আৰু আৰক্ষীৰ বিৰুদ্ধে বহু স্থানত ঘটা হিংসা সম্পৰ্কে মন্ত্ৰী গৰাকীয়ে কয় যে,এই যোদ্ধাসকলৰ বিৰুদ্ধে হিংসাত্মক ঘটনাক সহ্য কৰা নহ'ব। দোষীক কঠোৰ আইনৰ জৰিয়তে উপযুক্ত ব্যৱস্থা লোৱা হ'ব ।

ভাৰত জয়ী হ'ব আৰু ভাৰতে কৰ'ণা ভাইৰাছক পৰাস্ত কৰিব পাৰিব বুলি জাভেড়কাৰে উল্লেখ কৰে ।

লগতে পঢ়কঃ ক’ভিড-১৯ৰ সময়ত খাদ্য সুৰক্ষা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.