ETV Bharat / bharat

ৰাম মন্দিৰৰ আধাৰশিলাৰ পূৰ্বে হনুমানগঢ়ী মন্দিৰ দৰ্শন কৰিব প্ৰধানমন্ত্ৰীয়ে - Prime Minister Narendra Modi

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ নিৰ্দেশ অনুসৰি, আমি শেহতীয়া পৰিস্থিতিৰ বাবে সকলো নীতি-নিয়ম মানি সামাজিক দূৰত্ব বৰ্তাই চলিব লাগিব ৷ প্ৰধানমন্ত্ৰীক স্পৰ্শ নকৰাৰ লগতে তেওঁক প্ৰসাদ দিয়াৰো অনুমতি প্ৰদান কৰা নাই প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ৷

Hanumangarhi
5 আগষ্টত প্ৰথমে হনুমানগঢ়ী মন্দিৰ দৰ্শন কৰিব প্ৰধানমন্ত্ৰীয়ে
author img

By

Published : Aug 2, 2020, 2:03 PM IST

নিউজ ডেস্ক, 2 আগষ্ট : 5 আগষ্টত ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী মোডীয়ে ৷ এই কাৰ্যসূচীত ভাগ লোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোডীয়ে হনুমানগঢ়ী মন্দিৰত পূজা আগবঢ়াব বুলি জানিবলৈ দিয়ে মন্দিৰৰ মুখ্য পুজাৰী ৰাজু দাসে ৷ প্ৰথমে হনুমানগঢ়ী মন্দিৰ দৰ্শন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ হনুমানগঢ়ীৰ পূজাৰ বাবে কেৱল 7 মিনিট সময় দিয়া হৈছে ,ইয়াৰে 3 মিনিট সময় পূজাৰ বাবে বুলি জনাই ৰাজু দাসে ৷

লগতে পঢ়কঃ কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু উত্তৰ প্ৰদেশৰ কেবিনেট মন্ত্ৰী কমল ৰাণী বৰুণৰ

ইয়াৰোপৰি প্ৰধানমন্ত্ৰীয়ে কোনটো পথেৰে ভ্ৰমণ কৰিব সেইটো দেওবাৰে নিৰ্ধাৰণ কৰিব ৷ সন্মুখেৰে 85 টা চিৰি আৰু পাছৰফালে 36 টা চিৰি আছে বুলিও জনাই পূজাৰীজনে ৷

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ নিৰ্দেশ অনুসৰি, আমি শেহতীয়া পৰিস্থিতিৰ বাবে সকলো নীতি-নিয়ম মানি সামাজিক দূৰত্ব বৰ্তাই চলিব লাগিব ৷ প্ৰধানমন্ত্ৰীক স্পৰ্শ নকৰাৰ লগতে তেওঁক প্ৰসাদ দিয়াৰো অনুমতি প্ৰদান কৰা নাই প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ৷

নিউজ ডেস্ক, 2 আগষ্ট : 5 আগষ্টত ৰাম মন্দিৰৰ আধাৰশিলা স্থাপন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী মোডীয়ে ৷ এই কাৰ্যসূচীত ভাগ লোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোডীয়ে হনুমানগঢ়ী মন্দিৰত পূজা আগবঢ়াব বুলি জানিবলৈ দিয়ে মন্দিৰৰ মুখ্য পুজাৰী ৰাজু দাসে ৷ প্ৰথমে হনুমানগঢ়ী মন্দিৰ দৰ্শন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ৷ হনুমানগঢ়ীৰ পূজাৰ বাবে কেৱল 7 মিনিট সময় দিয়া হৈছে ,ইয়াৰে 3 মিনিট সময় পূজাৰ বাবে বুলি জনাই ৰাজু দাসে ৷

লগতে পঢ়কঃ কৰ'ণাত আক্ৰান্ত হৈ মৃত্যু উত্তৰ প্ৰদেশৰ কেবিনেট মন্ত্ৰী কমল ৰাণী বৰুণৰ

ইয়াৰোপৰি প্ৰধানমন্ত্ৰীয়ে কোনটো পথেৰে ভ্ৰমণ কৰিব সেইটো দেওবাৰে নিৰ্ধাৰণ কৰিব ৷ সন্মুখেৰে 85 টা চিৰি আৰু পাছৰফালে 36 টা চিৰি আছে বুলিও জনাই পূজাৰীজনে ৷

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ নিৰ্দেশ অনুসৰি, আমি শেহতীয়া পৰিস্থিতিৰ বাবে সকলো নীতি-নিয়ম মানি সামাজিক দূৰত্ব বৰ্তাই চলিব লাগিব ৷ প্ৰধানমন্ত্ৰীক স্পৰ্শ নকৰাৰ লগতে তেওঁক প্ৰসাদ দিয়াৰো অনুমতি প্ৰদান কৰা নাই প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে ৷

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.