ETV Bharat / bharat

ৰাষ্টীয় যুৱ সংসদ মহোৎসৱত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী মোডীয়ে

author img

By

Published : Jan 9, 2021, 9:04 PM IST

অহা ১২ জানুৱাৰীত "ৰাষ্টীয় যুৱ সংসদ মহোৎসৱ ২০২১"ত দেশবাসীক সম্বোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । শিক্ষা মন্ত্ৰালয়ে এক টুইটযোগে জনাই যে, ১২ জানুৱাৰীৰ পুৱা ১০ বজাত প্ৰধানমন্ত্ৰীগৰাকীয়ে মহোৎসৱত ভাষণ প্ৰদান কৰিব ।

প্ৰধানমন্ত্ৰীয়ে ১২ জানুৱাৰীত ৰাষ্টীয় যুৱ সংসদ মহোৎসৱত দেশবাসীক সম্বোধন কৰিব

নিউজ ডেস্ক,৯ জানুৱাৰী : অহা ১২ জানুৱাৰীত "ৰাষ্টীয় যুৱ সংসদ মহোৎসৱ ২০২১"ত দেশবাসীক সম্বোধন কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । শিক্ষা মন্ত্ৰালয়ে এক টুইটযোগে জনাই যে, ১২ জানুৱাৰীৰ পুৱা ১০ বজাত প্ৰধানমন্ত্ৰীগৰাকীয়ে মহোৎসৱত ভাষণ প্ৰদান কৰিব । আন এক টুইটত উল্লেখ কৰা মতে, শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়ালৰ টুইটাৰ আৰু ফেচবুক একাউন্টত লাইভ সম্প্ৰচাৰ কৰা হ'ব এই অনুষ্ঠানৰ ।

ইফালে শনিবাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে "১৬ সংখ্য়ক প্ৰৱাসী ভাৰতীয় দিৱস সন্মিলন"ত অংশগ্ৰহণ কৰে । লগতে এই সন্মিলনত তেওঁ দাবী কৰে যে, ভাৰতে দুটাকৈ প্ৰতিষেধকেৰে মানৱ জীৱন ৰক্ষা কৰিবলৈ চেষ্টা অব্য়াহত ৰাখিছে ।

লগতে পঢ়ক :ভাৰতত উদযাপন "১৬ সংখ্য়ক প্ৰৱাসী ভাৰতীয় দিৱস সন্মিলন"

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.