ETV Bharat / bharat

উপৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিলে নৰেন্দ্ৰ মোডীয়ে - NDA

ভাৰতৰ উপৰাষ্ট্ৰপতি ভেংকয়া নাইডুক সাক্ষাৎ কৰে এন ডি এৰ নেতা নৰেন্দ্ৰ মোডীয়ে ৷ দেওবাৰে উপৰাষ্ট্ৰপতিগৰাকীৰ বাসভৱনত মোডীয়ে সাক্ষাৎ কৰে নাইডুক ৷

PM Modi
author img

By

Published : May 26, 2019, 5:41 PM IST

Updated : May 26, 2019, 6:06 PM IST

নতুন দিল্লী, 26 মে' : ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে নিযু্ক্তি লাভ কৰাৰ এটা দিনৰ পাচতে ভাৰতৰ উপৰাষ্ট্ৰপতি ভেংকয়া নাইডুক সাক্ষাৎ কৰে এন ডি এৰ সংসদীয় নেতা নৰেন্দ্ৰ মোডীয়ে ৷ দেওবাৰে উপৰাষ্ট্ৰপতিগৰাকীৰ বাসভৱনত মোডীয়ে সাক্ষাৎ কৰে নাইডুক ৷

উল্লেখযোগ্য যে,শনিবাৰে এন ডি এৰ সংসদীয় নেতা হিচাপে নিৰ্বাচিত কৰাৰ পাচতে ৰাষ্ট্ৰপতি ৰামনাথ কবিন্দে তেওঁক ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিছিল ৷

সদ্যসমাপ্ত লোকসভা নিৰ্বাচনত এন ডি এই সৰ্বমুঠ 353 খন আসন লাভ কৰিছিল ৷ বিজেপি দলটোৱে একক ভাৱে লাভ কৰিছিল 303 খন আসন ৷

PM Modi calls on Vice President Naidu
Last Updated : May 26, 2019, 6:06 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.