ETV Bharat / bharat

ৰাষ্ট্ৰসংঘৰ ‘বহুপক্ষীয় সংস্কাৰ’ত জোৰ প্ৰদান প্ৰধানমন্ত্ৰী মোদীৰ

author img

By

Published : Jul 18, 2020, 2:29 PM IST

ৰাষ্ট্ৰসংঘ স্থাপনৰ 75 সংখ্যক বৰ্ষপূৰ্তি উপলক্ষ্যে ECOSOCৰ বাৰ্ষিক উচ্চ-স্তৰীয় সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংযুক্ত ৰাষ্ট্ৰৰ এক সদস্যৰূপে সম্বোধন কৰিছে ৷

PM Modi again stresses 'reformed multilaterism' at UN
ৰাষ্ট্ৰসংঘৰ ‘বহুপক্ষীয় সংস্কাৰ’ত জোৰ প্ৰদান প্ৰধানমন্ত্ৰী মোদীৰ

নেশ্যনেল ডেস্ক, 18 জুলাই : সংযুক্ত ৰাষ্ট্ৰ সুৰক্ষা পৰিষদ (UNSC)ৰ অস্থায়ী সদস্যৰূপে ভাৰতক নিৰ্বাচিত কৰাৰ পাচত, পোনপ্ৰথমবাৰৰ বাবে সংযুক্ত ৰাষ্ট্ৰ আৰ্থিক আৰু সামাজিক পৰিষদ (ECOSOC)ৰ বাৰ্ষিক উচ্চ-স্তৰীয় সন্মিলনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংযুক্ত ৰাষ্ট্ৰৰ এক ব্যাপক সদস্যৰূপে সম্বোধন কৰিছে ৷

বাৰ্ষিক উচ্চ-স্তৰীয় সন্মিলনত চৰকাৰ, বেচৰকাৰী ক্ষেত্ৰ, নাগৰিক সমাজ আৰু শিক্ষাবিদসকলৰ উচ্চ-স্তৰীয় প্ৰতিনিধিক আমন্ত্ৰণ জনোৱা হয়৷ এই সন্মিলনৰ বিষয়বস্তু হৈছে 'Multilateralism after COVID19: What kind of UN do we need at the 75th anniversary'৷

উক্ত সন্মিলনত পৰিৱৰ্তিত আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ আৰু ক’ভিড-19 মহামাৰীৰ বিৰুদ্ধে বহুপক্ষীয় পাঠ্যক্ৰমক কেন্দ্ৰীকৰণ কৰা হ’ব ৷ ইয়াৰ লগতে শক্তিশালী নেতৃত্ব, প্ৰভাৱশালী আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহ অংশীদাৰীৰ এক ব্যাপক আৰু মহত্বপূৰ্ণ মাধ্যমেৰে বৈশ্বিক লক্ষ্যক শক্তিশালী কৰাৰ উপায় সম্পৰ্কে আলোচনা কৰা হ’ব ৷

ৰাষ্ট্ৰসংঘ স্থাপনৰ 75 সংখ্যক বৰ্ষপূৰ্তি উপলক্ষ্যে ECOSOCৰ উচ্চ-স্তৰীয় সন্মিলনৰ বিষয়ো ভাৰতৰ সুৰক্ষা পৰিষদৰ প্ৰাথমিকতাৰ সৈতে প্ৰতিধ্বনিত হ’ব ৷ ইয়াত ভাৰতে ক’ভিড-19ৰ পৰৱৰ্তী সময়ছোৱাত বিশ্বজুৰি বহুপক্ষপাতিত্বৰ শুধৰণিৰ আহ্বান জনায় ৷ ই ECOSOCৰ উদ্বোধনী অধ্যক্ষতা (Sir Ramaswami Mudaliar, 1946) স্বৰূপে ভাৰতৰ ভুমিকাক স্মৰণ কৰা হয় ৷

ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে 2016 চনৰ জানুৱাৰী মাহত ECOSOCৰ 70 সংখ্যক বৰ্ষপূৰ্তিত মুখ্য ভাষণ দাঙি ধৰিছিল ৷

লগতে পঢ়ক : ইণ্টাৰনেটৰ সুবিধা অন্তিম শাৰীৰ শিক্ষাৰ্থীসকলৰ বাবেও উপলব্ধ হ’ব : ড৹ নিশাংক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.