ETV Bharat / bharat

গালৱান ভেলীলৈ উভতি আহিছে পিপলছ লিবাৰেছন আৰ্মী

১৫ জুন তাৰিখে ভাৰত-চীনৰ মাজত সংঘৰ্ষ হোৱা গালৱান ভেলীত টেণ্ট আৰু পৰ্যবেক্ষণ বিন্দু স্থাপন কৰে পিএলএ-য়ে ।

গালৱান ভেলীলৈ উভতি আহিছে পিপলছ লিবাৰেছন আৰ্মী
গালৱান ভেলীলৈ উভতি আহিছে পিপলছ লিবাৰেছন আৰ্মী
author img

By

Published : Jun 25, 2020, 5:50 PM IST

নেশ্যনেল ডেস্ক, ২৫ জুন : ভাৰত-চীনৰ উমৈহতীয়া সন্মতিক পৃথক কৰিবৰ বাবে গালৱান ভেলীৰ বাস্তৱিক নিয়ন্ত্ৰণ ৰেখাৰ পেট্ৰ'লিং পোষ্টৰ পৰা পিপলছ লিবাৰেছন আৰ্মীৰ দল উভতি আহে । ১৫ জুন তাৰিখে যিখিনি ঠাইত ভাৰত-চীনৰ মাজত সংঘৰ্ষ হৈছিল, সেই ঠাইখিনিতে পিএলএয়ে টেণ্ট আৰু পৰ্যবেক্ষণ বিন্দু স্থাপন কৰে ।

গালৱান ভেলীলৈ উভতি আহিছে পিপলছ লিবাৰেছন আৰ্মী
গালৱান ভেলীলৈ উভতি আহিছে পিপলছ লিবাৰেছন আৰ্মী

সূত্ৰই জনোৱা মতে, ২২ জুনত ভাৰত-চীনৰ মাজত হোৱা ১১ ঘণ্টীয়া আলোচনাত সীমা বিবাদ মীমাংসা কৰাৰ উমৈহতীয়া সন্মতি গ্ৰহণ কৰা হৈছিল । ইয়াৰোপৰি পূৱ লাডাখৰ সকলো যুদ্ধ ক্ষেত্ৰ নিষ্ক্ৰীয় কৰিবলৈ এক উমৈহতীয়া সিদ্ধান্তৰ ব্যৱস্থা কৰা হ'ব বুলি কোৱা হৈছিল । কিন্তু চীনা সৈন্যই পুনৰ সংঘৰ্ষ হোৱা স্থানলৈ উভতি আহে ।

লগতে পঢ়ক : দেশজুৰি ৭৫ লাখ লোকৰ কোভিড-১৯ পৰীক্ষা সম্পন্নঃ ভাৰতীয় স্বাস্থ্য গৱেষণা সংস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.