নিউজ ডেস্ক, 26 এপ্ৰিল : এটা চিঙৰা প্ৰাপ্তিৰ বাবে উত্তৰ-প্ৰদেশত একাংশ লোকৰ থপিয়াথপি ৷ চিঙৰা প্ৰাপ্তিৰ বাবে হাহাকাৰ কৰাৰ এই দৃশ্য কোনো বজাৰ-সমাৰৰ নহয় ৷ এইয়া উত্তৰ-প্ৰদেশৰ উপমুখ্যমন্ত্ৰী কে পি মৌৰ্যৰ ৰাজহুৱা ৰেলীৰ দৃশ্য ৷ বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ বস্তিত উপমুখ্যমন্ত্ৰী কে পি মৌৰ্যই অনুষ্ঠিত কৰা ৰাজহুৱা ৰেলীত বিলোৱা চিঙৰা প্ৰাপ্তিৰ বাবেই এনেদৰেই থপিয়াথপি কৰা দেখা গ'ল একাংশক ৷ যেন ৰাজ্যখনৰ উপমুখ্যমন্ত্ৰীৰ ৰাজহুৱা ৰেলী নহয়, বিনামুলীয়াকৈ চিঙৰা বিলোৱা স্থানহে ৷
চিঙৰাক লৈ থপিয়াথপি উত্তৰ-প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰীৰ ৰেলীত - UP Dy CM Maurya
উত্তৰ-প্ৰদেশৰ উপমুখ্যমন্ত্ৰী কে পি মৌৰ্যৰ ৰাজহুৱা ৰেলীত বিলোৱা চিঙৰাক লৈ থপিয়াথপি ৷
![চিঙৰাক লৈ থপিয়াথপি উত্তৰ-প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰীৰ ৰেলীত](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-3109451-thumbnail-3x2-hkjlds-jpg.jpg?imwidth=3840)
চিঙৰাক লৈ থপিয়াথপি
নিউজ ডেস্ক, 26 এপ্ৰিল : এটা চিঙৰা প্ৰাপ্তিৰ বাবে উত্তৰ-প্ৰদেশত একাংশ লোকৰ থপিয়াথপি ৷ চিঙৰা প্ৰাপ্তিৰ বাবে হাহাকাৰ কৰাৰ এই দৃশ্য কোনো বজাৰ-সমাৰৰ নহয় ৷ এইয়া উত্তৰ-প্ৰদেশৰ উপমুখ্যমন্ত্ৰী কে পি মৌৰ্যৰ ৰাজহুৱা ৰেলীৰ দৃশ্য ৷ বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ বস্তিত উপমুখ্যমন্ত্ৰী কে পি মৌৰ্যই অনুষ্ঠিত কৰা ৰাজহুৱা ৰেলীত বিলোৱা চিঙৰা প্ৰাপ্তিৰ বাবেই এনেদৰেই থপিয়াথপি কৰা দেখা গ'ল একাংশক ৷ যেন ৰাজ্যখনৰ উপমুখ্যমন্ত্ৰীৰ ৰাজহুৱা ৰেলী নহয়, বিনামুলীয়াকৈ চিঙৰা বিলোৱা স্থানহে ৷
চিঙৰাক লৈ থপিয়াথপি
চিঙৰাক লৈ থপিয়াথপি
Basti (UP), Apr 26 (ANI): People started fight to get samosas during Uttar Pradesh Deputy Chief Minister KP Maurya public rally in UP's Basti on Thursday. Massive crowd were seen battling out to get their share of snacks during his rally.