ETV Bharat / bharat

চৰকাৰী অনুমতি অবিহনে এতিয়া কোম্পানীয়ে কৰ্তন কৰিব কৰ্মচাৰী !

author img

By

Published : Sep 23, 2020, 7:06 PM IST

Updated : Sep 23, 2020, 7:21 PM IST

বুধবাৰে সংসদে তিনিখনকৈ মুখ্য শ্ৰম শুধৰণি বিধেয়কক গৃহীত কৰে । যাৰ জৰিয়তে কোম্পানী সমূহক বন্ধ কৰাৰ বাধা সমূহ শেষ হ'ব আৰু সৰ্বাধিক ৩০০ কৰ্মচাৰী থকা কোম্পানী সমৃহে চৰকাৰৰ অনুমতি অবিহনে কৰ্মচাৰী সকলক আঁতৰোৱাৰ অনুমতি পাব ।

Parliament passes 3 key labour reform bills
এতিয়াৰে পৰা চৰকাৰী অনুমতি অবিহনে কৰ্মচাৰী কৰ্তন কৰিব পাৰিব কোম্পানী সমূহে !

নিউজ ডেস্ক, ২৩ ছেপ্টেম্বৰ: গ্ৰীষ্মকালীন অধিৱেশনৰ নিৰ্ধাৰিত সময়ৰ আঠদিন পূৰ্বেই অন্ত পৰে ৰাজ্য সভাৰ অধিৱেশন। ইয়াৰ পূৰ্বে বুধবাৰে সংসদে তিনিখনকৈ মুখ্য শ্ৰম শুধৰণি বিধেয়কক গৃহীত কৰে । যাৰ জৰিয়তে কোম্পানী সমূহক বন্ধ কৰাৰ বাধা সমূহ শেষ হ'ব আৰু সৰ্বাধিক ৩০০ কৰ্মচাৰী থকা কোম্পানী সমৃহে চৰকাৰৰ অনুমতি অবিহনে কৰ্মচাৰী সকলক আঁতৰোৱাৰ অনুমতি পাব । ৰাজ্যসভাই জীৱিকা সুৰক্ষা, স্বাস্থ্য আৰু কাৰ্যদশা সংহিতা ২০২০ আৰু সামাজিক সুৰক্ষা সংহিতা ২০২০ ক চৰ্চাৰ পাছতে ধ্বনিমতৰ জৰিয়তে গৃহীত কৰে।

ইয়াৰ মাজতে আঠগৰাকী বিৰোধী সাংসদৰ নিলম্বনৰ বিৰুদ্ধে কংগ্ৰেছ সহিতে বিপক্ষৰ অধিকাংশ সদস্য‌ই সদন ত্যাগ কৰে।

উল্লেখ্য যে, লোকসভাই এই তিনিওখন বিলক মঙলবাৰে গৃহীত কৰিছিল আৰু এতিয়া ইয়াক ৰাষ্ট্ৰপতিৰ অনুমোদনৰ বাবে প্ৰেৰণ কৰা হ'ব।

লগতে পঢ়ক: ফেচবুকৰ দ্বাৰা দাখিল কৰা আবেদন সন্দৰ্ভত শুনানি প্ৰদান কৰিব উচ্চতম ন্যায়ালয়ে

Last Updated : Sep 23, 2020, 7:21 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.