ETV Bharat / bharat

নিয়ন্ত্ৰণৰেখাত যুদ্ধবিৰতি উলংঘন

সোমবাৰৰ পৰাই নিয়ন্ত্ৰণৰেখাত অব্যাহত আছে গুলীচালনাৰ ঘটনা ৷ পাকিস্তানী ৰেঞ্জাৰৰ দ্বাৰা যুদ্ধবিৰতি উলংঘনৰ পিচতে ভাৰতীয় সেনায়ো ইয়াৰ উচিত প্ৰত্যুত্তৰ প্ৰদান কৰিছে ৷ সোমবাৰে হোৱা গুলীচালনাৰ ফলত এগৰাকী 10 দিনীয়া কণমানি নিহত হোৱাৰ লগতে মঙলবাৰেও অব্যাহত আছে গুলীচালনা ৷

নিয়ন্ত্ৰণৰেখাত যুদ্ধবিৰতি উলংঘণ
author img

By

Published : Jul 30, 2019, 10:35 PM IST

নিউজ ডেস্ক, 30 জুলাইঃ ভাৰত-পাক সীমান্তৰ নিয়ন্ত্ৰণৰেখাত অব্যাহত আছে যুদ্ধবিৰতি চুক্তি উলংঘন ৷ সোমবাৰৰ পৰা পাকিস্তানী ৰেঞ্জাৰে অব্যাহত ৰাখিছে গুলীচালনাৰ ঘটনা ৷ আনহাতে পাকিস্তানী সেনাৰ বৰ্বৰ গুলীচালনাৰ প্ৰত্যুত্তৰত ভাৰতীয় সেনায়ো গুলীচালনা অব্যাহত ৰাখিছে ৷ মঙলবাৰে দিনৰ ভাগৰ পৰাই বৰ্তমানলৈ অব্যাহত আছে গুলীচালনা ৷

Intro:Body:

Srinagar, July 30 (IANS) The Indian and Pakistani troops exchanged fire on the Line of Control (LoC) on Tuesday in the Kupwara district after Pakistan violated the bilateral ceasefire.

Defence sources said the Pakistan army resorted to unprovoked firing on the Indian positions in the Tangdhar sector of the Kupwara district. 

"The ceasefire violation by Pakistan started around 1.30 p.m. on Tuesday. Indian positions are retaliating befittingly", Defence sources said.

Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.