ETV Bharat / bharat

জম্মু-কাশ্মীৰৰ পুঞ্চত শান্তি চুক্তি উলংঘন পাকিস্তানৰ

author img

By

Published : Mar 2, 2019, 9:42 AM IST

নিহত তিনিগৰাকী , আহত এক

পাকিস্তানৰ সংঘৰ্ষ বিৰাম উলংঘন

নিউজ ডেস্ক, ১ মাৰ্চঃজম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ কৃষ্ণা ঘাটিত শান্তি চুক্তি উলংঘন পাকিস্তানৰ । য'ত পাকিস্তানী সেনাৰ গুলীচালনাত একেটা পৰিয়ালৰে তিনিগৰাকীকৈ লোক নিহত হোৱাৰ লগতে আহত হয় এগৰাকী লোক। ইপিনে পাক সেনাই সেনাৰ চাউনী তথা গাঁওবাসীলৈ লক্ষ্য কৰি কৰা তীব্ৰ গুলীবৰ্ষণত অঞ্চলটোত সম্পূৰ্ণৰূপে বিধ্বস্ত হয় তিনিটাকৈ বাসগৃহ ।

জম্মু-কাশ্মীৰৰ পুঞ্চত সংঘৰ্ষ বিৰাম উলংঘন পাকিস্তানৰ 
নিহত তিনিগৰাকী লোক, আহত এক 

নিউজ ডেস্ক, ১ মাৰ্চ : জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ কৃষ্ণা ঘাটিত শান্তি চুক্তি উলংঘন পাকিস্তানৰ । য'ত পাকিস্তানী সেনাৰ গুলীচালনাত একেটা পৰিয়ালৰে তিনিগৰাকীকৈ লোক নিহত হোৱাৰ লোক আহত এগৰাকী । 
ইপিনে পাক সেনাই সেনাৰ চাউনী তথা গাঁওবাসীলৈ লক্ষ্য কৰি কৰা এই অঞ্চলটোত কৰা তীব্ৰ গুলীবৰ্ষণত সম্পূৰ্ণৰূপে বিধ্বস্ত হয় তিনিটাকৈ বাসগৃহ ।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.