ETV Bharat / bharat

পাকিস্তানী সংসদক সম্বোধন কৰিব সেনা প্ৰধান বাজৱাই

ভাৰত-পাকৰ মাজত সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতি সন্দৰ্ভত অহা সপ্তাহত দেশখনৰ সাংসদসকলৰ সৈতে আলোচনাত মিলিত হ'ব সেনাপ্ৰধানগৰাকী ৷

জেন. কমৰ জাবেদ বাজৱা
author img

By

Published : Mar 31, 2019, 9:56 PM IST

নিউজ ডেস্ক, 31 মাৰ্চঃ ভাৰতৰ সৈতে সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতি সন্দৰ্ভত পাকিস্তানৰ সাংসদৰ সৈতে আলোচনাত বহিব দেশখনৰ সেনা প্ৰধান ৷ সংবাদ মাধ্যম ANI এ প্ৰকাশ কৰিছে এই কথা ৷

সেই অনুসৰি পাকিস্তানৰ সেনাপ্ৰধান জেন. কমৰ জাবেদ বাজৱাই দেশখনৰ সংসদৰ সকলো সদস্যকে সম্বোধন কৰিব ৷ পাকিস্তান সেনাৰ মুখ্যালয়ত অহা 4 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া আলোচনাত দেশখনৰ বিৰোধী দলকে ধৰি শাসনাধিষ্ঠিত দলৰ সকলো সাংসদকে ধৰি প্ৰতিৰক্ষা বিভাগৰ ছিনেটৰ সকলে অংশগ্ৰহণ কৰিব ৷

ৰাৱালপিণ্ডিৰ সেনা মুখ্যালয়ত অনুষ্ঠিত হ'বলগীয়া আলোচনাত দেশখনৰ প্ৰাক্তন মন্ত্ৰীসকলেও অংশগ্ৰহণ কৰিব বুলি প্ৰকাশ কৰিছে সংবাদ প্ৰতিষ্ঠানটোৱে ৷ বিগত কেইমাহমান ধৰি ভাৰতৰ সৈতে সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতি সন্দৰ্ভত দেশখনৰ কেবিনেটক সম্বোধন কৰিব সেনাপ্ৰধান জেন. বাজৱাই ৷ দেশখনৰ নেশ্বনেল এছেম্বলিৰ অধ্যক্ষ আমজাদ আলী খানৰ সভাপতিত্বত অনুষ্ঠিত হ'বলগীয়া এই সভাত দেশখনৰ প্ৰাক্তন প্ৰতিৰক্ষামন্ত্ৰী পাৰভেজ খাট্টাকেও অংশগ্ৰহণ কৰিব ৷

Pak Army Chief to Brief Parliamentarians on tension with India next Week 

Pakistan Army Chief 
Gen Qamar Javed Bajwa
Indo-Pak Relation
ভাৰত-পাক সম্পৰ্ক
পাকিস্তানী সেনা প্ৰধান 
জেন. কমৰ জাবেদ বাজৱা 

পাকিস্তানী সংসদক সম্বোধন কৰিব সেনা প্ৰধান বাজৱাই  

ভাৰত-পাকৰ মাজত সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতি সন্দৰ্ভত অহা সপ্তাহত দেশখনৰ সাংসদসকলৰ সৈতে আলোচনাত মিলিত হ'ব সেনাপ্ৰধানগৰাকী ৷ 

নিউজ ডেস্ক, 31 মাৰ্চঃ ভাৰতৰ সৈতে সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতি সন্দৰ্ভত পাকিস্তানৰ সাংসদৰ সৈতে আলোচনাত বহিব দেশখনৰ সেনা প্ৰধান ৷ সংবাদ মাধ্যম ANIএ প্ৰকাশ কৰিছে এই কথা  ৷ 

সেই অনুসৰি পাকিস্তানৰ সেনাপ্ৰধান জেন. কমৰ জাবেদ বাজৱাই দেশখনৰ সংসদৰ সকলো সদস্যকে সম্বোধন কৰিব ৷ পাকিস্তান সেনাৰ মুখ্যালয়ত অহা 4 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া আলোচনাত দেশখনৰ বিৰোধী দলকে ধৰি শাসনাধিষ্ঠিত দলৰ সকলো সাংসদকে ধৰি প্ৰতিৰক্ষা বিভাগৰ ছিনেটৰ সকলে অংশগ্ৰহণ কৰিব ৷ 

ৰাৱালপিণ্ডিৰ সেনা মুখ্যালয়ত অনুষ্ঠিত হ'বলগীয়া আলোচনাত দেশখনৰ প্ৰাক্তন মন্ত্ৰীসকলেও অংশগ্ৰহণ কৰিব বুলি প্ৰকাশ কৰিছে সংবাদ প্ৰতিষ্ঠানটোৱে ৷  বিগত কেইমাহমান ধৰি ভাৰতৰ সৈতে সৃষ্টি হোৱা উত্তেজনাপূৰ্ণ পৰিস্থিতি সন্দৰ্ভত দেশখনৰ কেবিনেটক সম্বোধন কৰিব  সেনাপ্ৰধান জেন. বাজৱাই ৷  দেশখনৰ নেশ্বনেল এছেম্বলিৰ অধ্যক্ষ আমজাদ আলী খানৰ সভাপতিত্বত অনুষ্ঠিত হ'বলগীয়া এই সভাত দেশখনৰ প্ৰাক্তন প্ৰতিৰক্ষামন্ত্ৰী পাৰভেজ খাট্টাকেও অংশগ্ৰহণ কৰিব  ৷  
Bajwa_June15_GOT3IN0_0AduI51_m6SXjuy_B2WHdMY.jpg
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.