নিউজ ডেস্ক, 2 ছেপ্তেম্বৰঃ কেৰেলাত সোমবাৰৰ পৰা উলহ-মালেহেৰে আৰম্ভ হৈছে জনপ্ৰিয় অনাম উৎসৱ ৷ ৰাজ্যখনৰ এৰনাকুলাম জিলাৰ থিৰপ্পুনিথুৰাত উৎসৱটিৰ অংশ হিচাপে থিৰপ্পুনিথুৰা প্ৰশাসনৰ উদ্যোগত 'আথাম দিনাম" ৰ আয়োজন কৰা হয় ৷ কেৰেলা ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰী এ কে বালনে উৎসৱৰ কাৰ্যসূচীৰ উদ্বোধন কৰে ৷ উল্লেখ্য যে এইবাৰৰ উৎসৱৰসমূহ কাৰ্যসূচীত ৰাজ্য চৰকাৰে জাৰি কৰা সেউজ প্ৰটকলৰ অধীনত প্লাষ্টিকৰ বটল, পলিথিন আদি অন্যান্য সামগ্ৰী সমূহ উৎসমস্থলীত ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ৷ সমগ্ৰ কাৰ্যসূচীৰ ক্ষেত্ৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে প্ৰশাসনে ৷ উৎসৱৰ নিৰাপত্তা দিশ চোৱা-চিতা কৰাৰ বাবে 800 মোতায়েন কৰাৰ লগতে সষ্টম কৰি ৰখা হৈছে জৰুৰীকালীন চিকিৎসা সেৱাৰ ব্যৱস্থা আৰু অগ্নিনিৰ্বাপন সেৱা ৷ অনামৰ কাৰ্যসূচীত বিভিন্নধৰণৰ লোক-সংস্কৃতি আৰু কলা যেনে- মুদিয়াতম, থেয়াম,কাথহাকালি, কুম্মাত্তিকালি, চেন্দা মেলাম আৰু পাঞ্জা বাদয়াম আদিৰ সমাহাৰ হোৱা পৰিলক্ষিত হয় ৷ অৱশ্যে এইবাৰ কেৰেলাত সংঘটিত হোৱা ভয়াবহ বানৰ পৰিপ্ৰেক্ষিতত পূৰ্বৰ তুলনাত এইবাৰ অনামৰ সাংস্কৃতিক শোভাযাত্ৰাত ব্যয়বহূল কিছু লোক-কলা বাদ দিয়া হৈছে ৷
কেৰেলাত আজিৰে পৰা উলহ-মালহেৰে আৰম্ভ অনাম উৎসৱ
কেৰেলাত সোমবাৰৰ পৰা উলহ-মালহেৰে আৰম্ভ হৈছে অনাম উৎসৱ ৷

In kerala Onam celebrations starts today. As a part of it 'Atham dinam' celebrated in Ernakulam district, Thrippunithura. Thousands of people gathered in the function which is organised by Thrippunithura corporation. Cultural minister A K Balan inaugrated the function. The celebration was held according to the Green Protocol. Plastic bottles and flecks were banned during the program. 400 police officers were deployed for security. Organizers ensured the service of the medical team and fire force.
After the inaugration different verieties of Kerala art forms had been part of the procession.
This was a great opportunity for people to enjoy so many folk arts like mudiyaattam, theyyam, thullal, kathakali, kummaattikali, chenda melam, panja vaadyam together in the function. At the same time, the number of arts was less than earlier times. Beacuse, considering the post-flood situation, expensive art forms were excluded from the procession.
During the monarchy, Atham day in 'Chingam' month, kochin kings were wearing special tights with the army in the procession known as 'Athachamayam' celebration which is prior to onam. Although the procession ceased with the end of the monarchy people's committy restored the function.
Conclusion: