ETV Bharat / bharat

বজাৰত সামগ্ৰীৰ উপলব্ধতা সুনিশ্চিত কৰিবলৈ নিৰ্দেশ ওড়িশা চৰকাৰৰ - বজাৰ

উচিত মূল্যত বজাৰসমূহত সামগ্ৰীৰ উপলব্ধতা সুনিশ্চিত কৰিবলৈ বৃহস্পতিবাৰে জিলা বিষয়া সকলক নিৰ্দেশ প্ৰদান কৰে ওড়িশা চৰকাৰে ৷ ৰাজ্যখনত ইতিমধ্যে পিয়াঁজৰ মূল্য বৃদ্ধি পাইছে 80 টকালৈ ৷

বজাৰত সামগ্ৰীৰ উপলব্ধতা সুনিশ্চিত কৰিবলৈ জিলা বিষয়াক নিৰ্দেশ ওড়িশা চৰকাৰৰ

author img

By

Published : Oct 23, 2020, 10:06 AM IST

নেশ্যনেল ডেস্ক, 23 অক্টোবৰ: ওড়িশাত পিয়াঁজৰ মূল্য বৃদ্ধি বাহাল থকাৰ সময়তে, ওড়িশা চৰকাৰে বৃহস্পতিবাৰে জিলা বিষয়া সকলক পৰিস্থিতিৰ তীব্ৰ নজৰ ৰাখিবলৈ আৰু উচিত মূল্যত বজাৰসমূহত সামগ্ৰীৰ উপলব্ধতা সুনিশ্চিত কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷ উল্লেখ্য যে,ৰাজ্যখনত পিয়াঁজৰ মূল্য 80 টকালৈ বৃদ্ধি পাইছে ৷

পিয়াঁজৰ বৰ্ধিত মূল্যক লৈ উদ্বিগ্নতা প্ৰকাশ কৰে খাদ্য যোগান আৰু উপভোক্তা কল্যাণ বিভাগেও ৷ বিভাগীয় কৰ্তৃপক্ষই জিলা উপায়ুক্তলৈ উচিত মূল্যত বজাৰসমূহ সামগ্ৰীৰ উপলব্ধতা সুনিশ্চিত কৰিবলৈ উল্লেখ কৰি পত্ৰ প্ৰেৰণ কৰে ৷

যোগান বিভাগৰ সচিব ভি.ভি যাদৱে কয়, মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকৰ দৰেও ৰাজ্যত ওড়িশাৰ দৰে ফচল নষ্ট হৈছে ৷ ফচল নষ্ট হোৱাৰ বাবেই সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে ৷ আনহাতে ওড়িশা ব্যৱসায় সমিতিৰ নেতা সুধাকৰ পাণ্ডাই কয় যে, পিয়াঁজ উৎপাদন হোৱা ৰাজ্যসমূহৰ অব্যাহত ধাৰাবাহিক বৃষ্টিপাতৰ বাবে ফচল নষ্ট হোৱাৰ ওপৰিও, অন্যান্য় ৰাজ্যৰ পৰা পিয়াঁজৰ আমদানি হ্ৰাস পাইছে ৷ যাৰ ফলত বৃদ্ধি পাইছে পিয়াঁজৰ মূল্য ৷

লগতে পঢ়ক: চেন্নাইত শুল্ক বিভাগৰ দ্বাৰা 6 লাখ টকা মূল্যৰ সোণ জব্দ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.