ডিমাপুৰ,21 মাৰ্চ : নাগালেণ্ডৰ নেশ্বনেল পিপলচ পাৰ্টিত খহনীয়া ৷ দলটোৰ দুজনকৈ বিধায়কেশাসনাধিস্থিত নেশ্বনেলিষ্ট ডেম'ক্ৰেটিক প্ৰগেচিফ পাৰ্টিতযোগদান কৰে ৷ বুধবাৰে দলটোৰ ইমনাটিবা আৰু এল খুম'ৰ খিয়ামনিউনগান নামৰ বিধায়ক দুগৰাকীয়েএন ডি পি পি দলত যোগদান কৰে ৷
এন ডি পিপিয়ে এক বিবৃতিযোগে প্ৰকাশ কৰা অনুসৰি বিধায়ক দুজনৰ দলটোৰ যোগদানে দলটো অধিক শক্তিশালী কৰা সহায় কৰিব ৷ চৰকাৰখনে ৰাজ্যখনৰ সৰ্বাংগীনউন্নয়নৰ বাবে কাম কৰি যাব বুলিও বিবৃতিটোত প্ৰকাশ কৰে ৷