- ফেনীৰ কবলত অসমৰ তীৰ্থযাত্রীৰ দল
- উৰিষ্যাৰ পুৰী জগন্নাথ মন্দিৰত আবদ্ধ লখিমপুৰৰ এটি ২৪ জনীয়া তীৰ্থযাত্ৰীৰ দল
- লখিমপুৰৰ হাৰমতীৰ পৰা ৰেল বিভাগৰ অভিযন্তা ভৰত পাণ্ডেয়ে নিজা খৰছত তীৰ্থস্থান পৰিভ্ৰমণৰ বাবে ২৭ এপ্ৰিলত লৈ গৈছিল দলটো
- আতংকিত হৈ পৰিছে তীৰ্থযাত্ৰী সকল
- চিন্তিত হৈ পৰিছে তীৰ্থ যাত্ৰালৈ যোৱা সকলৰ পৰিয়ালবৰ্গ
উৰিষ্যাৰ পুৰী জগন্নাথ মন্দিৰত আবদ্ধ লখিমপুৰৰ এটি ২৪ জনীয়া তীৰ্থযাত্ৰীৰ দল

Breaking
ফনিৰ কবলত অসমৰ তীৰ্থযাত্রীৰ দল,
উৰিষ্যাৰ পুৰি জগন্নাথ মন্দিৰত লখিমপুৰৰ এটি ২৪ জনীয়া তীৰ্থযাত্ৰীৰ দল আবদ্ধ হৈ আছে ৷ লখিমপুৰৰ হাৰমতীৰ পৰা ৰেল বিভাগৰ অভিযন্তা ভৰত পাণ্ডেয়ে নিজা খৰছত তীৰ্থস্থান পৰিভ্ৰমণৰ বাবে ২৭ এপ্ৰিলত লৈ গৈছিল দলটো ৷ আতংকিত হৈ পৰিছে তীৰ্থযাত্ৰী সকল ৷ চিন্তিত হৈ পৰিছে তীৰ্থ যাত্ৰালৈ যোৱা সকলৰ পৰিয়াল।

Sent from my Samsung Galaxy smartphone.