ETV Bharat / bharat

লক ডাউনৰ মাজতে 153 ৰেক অত্যাৱশ্যকীয় সামগ্ৰী সৰবৰাহ কৰিলে এন এফ ৰেলৱেই - NFR runs freight trains, unloads 153 rakes of essential commodities

পূৰ্বোত্তৰ সীমান্ত ৰে'লৱেই সাধৰণ জনতা আৰু চৰকাৰী বিভাগৰ প্ৰযোজন অনুসৰি বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ সৰবৰাহ আৰম্ভ কৰিছে । NFR ৰ মুখ্য জনসম্পৰ্ক বিষয়া সুভাষ চন্দায় সদৰী কৰে এই কথা ।

NRF
NRF ৰে'লৱেৰ প্ৰয়োজনীয় মাল পত্ৰ নমোৱাৰ অনুমতি লাভ!
author img

By

Published : Apr 2, 2020, 10:57 PM IST

Updated : Apr 3, 2020, 10:29 AM IST

নিউজ ডেস্ক, ২ এপ্ৰিলঃ পূৰ্বোত্তৰ সীমান্ত ৰে'লৱে কতৃপক্ষই সাধৰণ জনতা আৰু চৰকাৰী বিভাগৰ প্ৰযোজন অনুসৰি অত্যাৱশ্যকীয় সামগ্ৰীৰে ভৰ্তি ৰে'ল গাড়ী সমূহৰ চলাচল আৰম্ভ কৰিছে ।

বৃহস্পতিবাৰে NFR ৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সুভাষ চন্দায়ে কয় যে, 153 ৰেক আৱশ্য়কীয় সামগ্ৰী লক ডাউন আৰম্ভ হোৱাৰ পৰা ১ এপ্ৰিল পৰ্যন্ত সৰবৰাহ কৰা হৈছে ।

লগতে কয়, পেট্ৰ'লিয়ামজাত সামগ্ৰীৰ ১৬ ৰেক, কয়লাৰ ৯ ৰেক, আলুৰ ৭ ৰেক, ডোলোমাইট ৪ ৰেক, ষ্টোন চিপছ ১ ৰেক, চিমেণ্ট ১ ৰেক, গ্ৰভেল ১ ৰেক আৰু অন্যান্য সামগ্ৰীৰ ৩ ৰেক ইতিমধ্য় সৰবৰাহ কৰা হৈছে ।

ইমানেই নহয়, NFR ৰ কৰ্মচাৰী সকলে জনসাধৰণৰ প্ৰয়োজনীয় সামগ্ৰী বিতৰণৰ বাবে দিন ৰাতি একাকাৰ কৰি কাম কৰি আছে বুলি মন্তব্য কৰে বিষয়া গৰাকীয়ে ।

Last Updated : Apr 3, 2020, 10:29 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.