ETV Bharat / bharat

অহা 25 মাৰ্চৰ ভিতৰত মধ্যপ্ৰদেশত নতুন চৰকাৰ গঠনৰ সম্ভাৱনা

author img

By

Published : Mar 21, 2020, 9:07 PM IST

শনিবাৰে কৰ’ণা ভাইৰাছৰ বাবে স্থগিত কৰা হ’ল বিজেপিৰ বৈঠক ৷ সোমবাৰে অনুষ্ঠিত কৰা হ’ব এই বৈঠক ৷ এই আনুষ্ঠানিক বৈঠকৰ পাচতেই মধ্যপ্ৰদেশত চৰকাৰ গঠনৰ যো-জা চলাব বিজেপিয়ে ৷

অহা 25 মাৰ্চৰ ভিতৰত মধ্যপ্ৰদেশত নতুন চৰকাৰ গঠনৰ সম্ভাৱনা
অহা 25 মাৰ্চৰ ভিতৰত মধ্যপ্ৰদেশত নতুন চৰকাৰ গঠনৰ সম্ভাৱনা

নিউজ ডেস্ক, 21 মাৰ্চ: মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী কমল নাথৰ পদত্যাগৰ পাচতেই নতুন চৰকাৰৰ বাবে যো-জা চলাব বিজেপিয়ে ৷ অহা 25 মাৰ্চৰ ভিতৰত নতুন চৰকাৰৰ গঠনৰ আছে সম্ভাৱনা ৷শনিবাৰে বিজেপি বিধায়কৰ সৈতে হ’বলগীয়া বৈঠক কৰ’ণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি স্থগিত কৰা হয় ৷ এতিয়া পৰৱৰ্তী বৈঠক সোমবাৰে আয়োজিত কৰা হ’ব বুলি জানিব পৰা গৈছে ৷ এই বৈঠকৰ পাচতেই মধ্যপ্ৰদেশত চৰকাৰ গঠনৰ যো-জা অথবা দাবী উত্থাপন কৰিব বিজেপিয়ে ৷

বিজেপিৰ বিধায়কৰ বৈঠকৰ বাবে কেন্দ্ৰীয় পৰ্যবেক্ষক ধৰ্মেন্দ্ৰ প্ৰধান আৰু বিনয় সাহাশ্ৰাবুদ্ধ ভূপাললৈ যোৱাৰো সম্ভাৱনা আছে ৷ ইপিনে পূৰ্ব মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ ঘৰত নিশাৰ আহাৰ আয়োজনৰ কাৰ্যসূচীও বাতিল কৰা হয় ৷

ইপিনে 25 মাৰ্চৰ ভিতৰত নতুন চৰকাৰৰ গঠনৰ পূৰ্ণ সম্ভাৱনাই দেখা দিছে ৷ নতুন মুখ্যমন্ত্ৰীৰ বাবে বহু নেতাৰ নাম সন্মুখত আহিছে ৷ অৱশ্যে শিৱৰাজ সিং চৌহান আৰু কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ সিং তৌমাৰ এই দৌৰত আগুৱাই আছে ৷ আনহাতে মধ্যপ্ৰদেশৰ কমলনাথৰ পদত্যাগ পাচতেই শিৱৰাজ চৌহানে কয়, চৰকাৰ ভংগ কৰাৰ আঁৰত বিজেপি কোনো অভিসন্ধি নাই ৷

কৰ’ণা আতংকঃ 30 মাৰ্চলৈ বাতিল কেইবাখনো বিমান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.