কৰা দুই যমজ ভাতৃ-ভগ্নীৰ দেহত ধৰা পৰে COVID-19 । স্বাস্থ্য বিভাগে প্ৰকাশ কৰা অনুসৰি ৰাজ্যখনৰ ভিতৰত কনিষ্ঠতম COVID-19 আক্ৰান্ত তেওঁলোক । অৱশ্যে বৰ্তমানলৈ সুস্থ হৈ আছে দুয়োগৰাকী নৱজাতক ।
মলিপুৰল গাঁৱৰ এগৰাকী মহিলা গৰ্ভাৱতী অৱস্থত কৰ'ণা ভাইৰাছত আক্ৰান্ত হয় । মহিলা গৰাকীয়ে 16 মে'ত ভাড়নগৰ অসামৰিক চিকিৎসালয়ত দুই যমজ সন্তান জন্ম দিয়ে । জন্মৰ পাচতে নমুণা সংগ্ৰহ কৰা হয় দুই নৱজাতকৰ । দুদিন পাচত ল'ৰা শিশুটোৰ ফলাফল ফলাফল অহাৰ বিপৰীতে শুকুৰবাৰে ফলাফল প্ৰকাশ পায় কন্যা শিশুটোৰ । দুয়োজনৰে ফলাফল COVID-19 পজিটিভ আহে ।
মহিলা গৰাকী বাস কৰা গাঁও খনত মুম্বাইৰ পৰা অহা আন তিনি গৰাকী লোক এই মহামাৰীত আক্ৰান্ত হৈছিল । আনহাতে তেওঁৰ জিলা মেহছানাত কৰ'ণা ভাইৰাছ মহামাৰীত আক্ৰান্ত হৈছে মুঠ 93 গৰাকী লোক ।