ETV Bharat / bharat

প্ৰতিৰক্ষা খণ্ডত সংস্কাৰে দেশক স্বাৱলম্বী কৰিব : DRDO অধ্যক্ষ - বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ

জ্যেষ্ঠ সাংবাদিক সঞ্জীৱ কুমাৰ বৰুৱাৰ সৈতে DRDO ৰ অধ্যক্ষ ডঃ জি. সতীশ ৰেড্ডীৰ বাৰ্তালাপ ৷

ডঃ জি. সতীশ ৰেড্ডী
প্ৰতিৰক্ষা খণ্ডত সংস্কাৰে দেশক স্বাৱলম্বী কৰিব : DRDO অধ্যক্ষ
author img

By

Published : May 18, 2020, 7:23 PM IST

Updated : May 18, 2020, 7:43 PM IST

নেশ্যনেল ডেস্ক, 18 মে' : বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে শেহতীয়াকৈ প্ৰতিৰক্ষা খণ্ডত কিছুসংখ্যক সংস্কাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ এই সিদ্ধান্তৰ বাবে চৰকাৰৰ প্ৰশংসা আগবঢ়াইছে উদ্যোগিক খণ্ডৰ লোকসকলে ৷ ব্যাপক সংস্কাৰ হিচাপে প্ৰতিৰক্ষাৰ দিশত foreign direct investment ৰ বাবে 49 ৰ পৰা 74 শতাংশ automatic route প্ৰতিস্থা কৰিবলৈ কেন্দ্ৰই সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

প্ৰতিৰক্ষা খণ্ডত সংস্কাৰে দেশক স্বাৱলম্বী কৰিব : DRDO অধ্যক্ষ

ইটিভি ভাৰতৰ সৈতে বাৰ্তালাপত Defence Research & Development(DRDO) ৰ অধ্যক্ষ ডঃ জি. সতীশ ৰেড্ডীয়ে এই সংস্কাৰৰ বিভিন্ন দিশ সম্পৰ্কত মন্তব্য কৰাৰ লগতে ই কেনেদৰে দেশক সহায় কৰিব সেই সম্পৰ্কতো বৰ্ণনা কৰে ৷ লগতে তেওঁ কয় যে, ই দেশক প্ৰতিৰক্ষাৰ দিশত আত্মনিৰ্ভৰশীল কৰিব ৷

এই বাৰ্তালাপৰ কিছুমান গুৰুত্বপূৰ্ণ পইন্ট -

*ভৱিষ্যতে কি কি সামগ্ৰী দেশলৈ আমদানী কৰা হ'ব সেই সম্পৰ্কত কোনো তালিকা প্ৰকাশ কৰা হোৱা নাই ৷ কিন্তু, অতি সোনকালেই এই তালিকা প্ৰকাশ পাব ৷ ভাৰতে লাহে লাহে মিছাইল, ৰাডাৰ টেকন'লোজি আৰু ইলেক্ট্ৰনিক যুদ্ধ সামগ্ৰী প্ৰস্তুত কৰিবলৈ সক্ষম হ'ব ৷ ইয়াৰ ফলত অহা কিছুবছৰৰ পৰা দেশে এই সামগ্ৰী সমূহ আমদানী কৰিবলৈ নিৰ্ভৰশীল হ'ব লগা নহ'ব ৷ থলুৱা সামগ্ৰী প্ৰস্তুতিৰ বাবে ভাৰতীয় উদ্যোগে অন্যৰ ওপৰত নিৰ্ভৰশীল হ'ব লগা নহ'ব ৷ বিদেশী ৰাষ্ট্ৰসমূহে যিহেতু ভাৰতত বিনিয়োগ কৰা আৰম্ভ কৰিছে সেয়েহে উদ্যোগিক খণ্ডই কোনো বাধা নোহোৱাকৈ যোগান ব্যৱস্থাত বিকাশ ঘটাব পাৰিব ৷

*অন্য দেশৰ পৰা spare parts ক্ৰয় কৰাত ভাৰতে বহু টকা খৰছ কৰে ৷ নতুন সংস্কাৰৰ জৰিয়তে এই সামগ্ৰীসমূহ থলুৱাভাৱে প্ৰস্তুত কৰিবলৈ ভাৰতে এই টকাখিনি বিনিয়োগ কৰিব পাৰিব ৷

*74 শতাংশ পৰ্যন্ত বিদেশী বিনিয়োগ বৃদ্ধি কৰাৰ ফলত ভাৰতত বিদেশৰ বিনিয়োগকাৰীৰ বাবে বাট মুকলি কৰা হৈছে ৷ যিমানে ভাৰতত উদ্যোগৰ সংখ্যা বৃদ্ধি পাব সিমানে প্ৰতিৰক্ষাৰ দিশত আত্মনিৰ্ভৰশীল হ'ব ৷ থলুৱা সামগ্ৰী নিৰ্মাণে দেশত নিযুক্তিও বৃদ্ধি কৰিব ৷ এই প্ৰক্ৰিয়া সঠিকভাৱে পৰিচালিত হ'লে ভাৰতে কিছু বছৰৰ ভিতৰত বিভিন্ন দেশলৈ সামগ্ৰী ৰপ্তানী কৰিবলৈ সক্ষম হ'ব ৷

*নতুন সংস্কাৰ ঘোষণা কৰাৰ লগে লগে DRDO ৰ ভূমিকাও গুৰুত্বপূৰ্ণ হৈ পৰিছে ৷ DRDO য়ে নতুন টেকন'লোজি প্ৰদান কৰি থকাৰ লগতে উদ্যোগসমূহে নিৰ্মাণ কাৰ্য অব্যাহত ৰাখিব লাগিব ৷

Last Updated : May 18, 2020, 7:43 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.